সালোক সংশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
উদ্ভিদৰ সালোক সংশ্লেষণৰ আৰ্হি, উৎপাদিত শৰ্কৰা উদ্ভিদজোপাই ব্যৱহাৰ কৰে নাইবা সংৰক্ষণ কৰে। উদ্ভিদৰ সালোক সংশ্লেষণৰ সংক্ষিপ্ত সমীকৰণ।
'সালোক সংশ্লেষণ' হৈছে [উদ্ভিদ] বা অন্য জীৱই [পোহৰ] শক্তি, বিশেষকৈ [সূয]ৰ পোহৰক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰা এটা প্ৰক্ৰিয়া। এই ৰাসায়নিক শক্তিকেই জীৱই জীৱৰ বিভিন্ন কাৰ্য সমূহত ইন্ধন হিচাপে ব্যৱহাৰ কৰে। উদ্ভিদে [কাৰ্বন ডাই-অক্সাইড] আৰু [পানী]ৰ পৰা সৃষ্টি কৰা [চেনি]ৰ দৰে[পুষ্টিকাৰক#শক্তি প্ৰদানকাৰী পুষ্টিকাৰকশৰ্কৰা অনুত এই ৰাসায়নিক শক্তি সঞ্চিত কৰি ৰাখে। সালোক সংশ্লেষণৰ মূল ইংৰাজী শব্দ 'Photosynthesis', [গ্ৰীক ভাষা]ৰ "পোহৰ" বা "আলোক", আৰু 'synthesis', "সংশ্লেষণ কৰা"ৰ পৰা আহৰণ কৰা হৈছে। বহুক্ষেত্ৰত সালোক সংশ্লেষণৰ ফলত শক্তিৰ পৰিবৰ্তনৰ উপৰিও অক্সিজেনৰ উৎপাদন হয়। বেছিভাগ উদ্ভিদ, বেছিভাগ [শেলাই], আৰু [চাইন'বেক্টেৰিয়া]ই সালোক সংশ্লেষণ কৰে; এনে জীৱক [সালোক সংশ্লেষী] বোলে। সালোক সংশ্লেষণে বায়ুমণ্ডলৰ [অক্সিজেন স্তৰ] বজাই ৰাখে আৰু পৃথিৱীত জীৱনৰ বাবে প্ৰয়োজনীয় সকলো [জৈৱ যৌগ] আৰু প্ৰায় সকলো শক্তিৰ যোগান ধৰে।
ভিন্ন জীৱই ভিন্ন প্ৰক্ৰিয়াৰে সালোক সংশ্লেষণ কৰে, এই প্ৰক্ৰিয়া সেউজীয়া বৰণৰ [পত্ৰহৰিৎ] কণা সমৃদ্ধ [photosynthetic reaction centre|বিক্ৰিয়া কেন্দ্ৰ] নামৰ [প্ৰ'ট্ৰিন]টিন বিধে পোহৰ শক্তি শোষণ কৰাৰ ফলতেই আৰম্ভ হয়। উদ্ভিদৰ ক্ষেত্ৰত, এই প্ৰ'ট্ৰিনটিন বিধ, [[পত্ৰকোষ]]ত সৰহকৈ পোৱা [[ক্ল'ৰ'প্লাষ্ট]]ৰ ভিতৰত থাকে, আনহাতে বেক্টেৰিয়াৰ [[প্লাজমা আৱৰণত]] লাগি থাকে। এই আলোক-নিৰ্ভৰ বিক্ৰিয়াসমূহত কিছু শক্তি, অক্সিজেন গেছ উৎপাদনৰ বাবে উপযুক্ত উপাদান, যেনে পানী আদিৰ পৰা [[ইলেক্ট্ৰ'ন]] অপসাৰণত খৰচ হয়। অক্সিজেনৰ বাদে, [[nicotinamide adenine dinucleotide phosphate|NADPH]] আৰু [[adenosine triphosphate|ATP]] নামৰ অন্য দুটা যৌগৰ সৃষ্টিয়েও কোষৰ [[শক্তি মূল্য]] সীমিত কৰে।
 
উদ্ভিদ, শেলাই, আৰু চাইন'বেক্টেৰিয়াৰ ক্ষেত্ৰত, [[কেলভিন চক্ৰ]] নামৰ এলানি আলোক-নিৰ্ভৰ বিক্ৰিয়াৰ জৰিয়তে শৰ্কৰাৰ উৎপাদন হয়, কিন্তু কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত, [[reverse Krebs cycle|ৰিভাৰ্ছ ক্ৰেবছ চাইকল]]ৰ দৰে ভিন্ন প্ৰক্ৰিয়া সংঘটিত হয়। কেলভিন চক্ৰত, [[ribulose bisphosphate|ৰুবিলজ বাইফছফেট]] (RuBP)ৰ দৰে কোষত পূৰ্বৰে পৰা থকা জৈৱ কাৰ্বন যৌগৰ সৈতে বায়ুমণ্ডলীয় কাৰ্বনৰ সংযোজন ঘটে।<ref name="isbn0-321-73975-2">{{cite book | author = Reece J, Urry L, Cain M, Wasserman S, Minorsky P, Jackson R | title = Biology | edition = International | publisher = Pearson Education | location = Upper Saddle River, NJ | isbn = 0-321-73975-2 | pages = 235, 244 | quote = This initial incorporation of carbon into organic compounds is known as carbon fixation. }}</ref> আলোক-নিৰ্ভৰ বিক্ৰিয়াত সৃষ্টি হোৱা ATP আৰু NADPHৰ সন্মিলনত অৱশেষত [[গ্ল'কজ]]ৰ দৰে শৰ্কৰাৰ সৃষ্টি হয়।