কলমকাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
== নামৰ ইতিহাস ==
আদিতে কলমকাৰীক পট্টচিত্ৰ বুলি জনা গৈছিল। উৰিষ্যা আৰু ভাৰতৰ অন্যান্য ঠাইৰ লগতে নেপালত এই শৈলীৰ অনুশীলন কৰা হৈছিল।<ref>Roy Niranjan (1973), The Patas and Patuas of Bengal. Indian Publications Calcutta, Page number 54-55 (Annexure C,V)</ref> 'পট্টচিত্ৰ' (সংস্কৃত:पट्टचित्र) নামটোত পট্ট মানে হৈছে কাপোৰ আৰু চিত্ৰ মানে ছবি।<ref>SenGupta, pp. 12.</ref> অৰ্থাৎ কাপোৰত অংকিত ছবি।
মধ্যকালীন ইছলামিক শাসনকালত, কলমকাৰী শব্দটো পাৰ্ছিয়ান শব্দ قلمکار পৰা উদ্ভৱ হৈছে বুলি কোৱা হৈছে- য'ত কলম মানে পেন আৰু কাৰী মানে ক্ৰাফট্মেনশ্বিপক্ৰাফ্‌টমেনশ্বিপ অৰ্থাৎ হস্তকলা। গোলকুণ্ডা চুলটানিৰ পৃষ্ঠপোষকতাত এই হস্তকলা জনপ্ৰিয় হৈছিল। <ref name="NIOS">{{cite book |title=Indian Culture and Heritage |date=2012 |publisher=National Institute of Open Schooling |location=New Delhi |url=https://nios.ac.in/media/documents/SecICHCour/English/CH.11.pdf |accessdate=18 October 2017 |chapter=Indian Painting}}</ref>
 
== আজিৰ ডিজিটেল যুগত ==
"https://as.wikipedia.org/wiki/কলমকাৰী"ৰ পৰা অনা হৈছে