ধ্বনিবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
ভাষাবিজ্ঞানৰ'''ভাষাবিজ্ঞান'''ৰ যিটো শাখাত মানৱ [[বাগযন্ত্ৰ]]ৰ দ্বাৰা উচ্চাৰিত [[বাগধ্বনিধ্বনি (ব্যাকৰণ)|বাগধ্বনিসমূহৰ]]সমূহৰ সমস্ত জ্ঞানৰ বিতংবিশ্লষণ কৰা হয়, সেই ভাষাবিজ্ঞানৰ সেই শাখাটোকে ধ্বনিবিজ্ঞান বুলি কোৱা হয়।
 
'ধ্বনিবিজ্ঞান'ৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Phonetics'। ইংৰাজীৰ 'Phonetics' শব্দটো গ্ৰীক ভাষাৰ শব্দ ।শব্দ। এই শব্দটো দুটা শব্দৰে গঠন হৈছে-- phone+istics=phonetics; 'phone' মানে ধ্বনি আৰু 'istics' মানে জ্ঞান বা বিজ্ঞানবিজ্ঞান। ।অৰ্থাৎঅৰ্থাৎ ধ্বনিসমূহৰ জ্ঞান য'ত পোৱা যায় অথবা যি শাস্ত্ৰত ধ্বনিসমূহৰ বিশ্লেষণ আগবঢ়োৱা হয় তেনে [[শাস্ত্ৰ]]ক বুজাবৰ বাবেহে এই শব্দটো ব্যৱহাৰ কৰা হয় ।হয়।<ref>{{cite book|title="অসমীয়া ভাষা-চিন্তন"|author =ডক্তৰড° অৰ্পণা কোঁৱৰ|year=বছৰ20162016|pages=১}}</ref>
ধ্বনিবিজ্ঞানত ধ্বনিৰ বিশ্লেষণ কৰা হয়।ধ্বনিৰ উচ্চাৰণ,উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা [[বাগিন্দ্ৰীয়]],উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান,ধ্বনিৰ লক্ষণ আৰু গুণ,ধ্বনিৰ প্ৰকৃতি আৰু স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা ধ্বনিবিজ্ঞানত কৰা হয় । মানুহে বিভিন্ন [[বাগযন্ত্ৰ]]ৰ দ্বাৰা কেনেকৈ ধ্বনি উৎপন্ন কৰে,ধ্বনিৰ গুণাগুণ কেনেকৈ সলনি কৰিব পাৰে,[[ধ্বনি]]য়ে কেনেকৈ এজনৰ [[মুখ]]ৰপৰা গৈ আনজনৰ শ্ৰৱণেন্দ্ৰিয়ত প্ৰতিক্ৰিয়া ঘটাব পাৰে আদি কথা ধ্বনিবিজ্ঞানত বিশ্লেষণ কৰা হয়। তদুপৰি ধ্বনিৰ উচ্চৰণত সংক্ৰমিত হোৱা বায়ুপ্ৰৱাহৰ তৰংগ অৰ্থাৎ বায়ুপ্ৰৱাহৰ গতি কিদৰে উচ্চাৰণাত্মক প্ৰক্ৰিয়াত জড়িত হৈ থাকে এনে দিশসমূহৰ বিষয়েও ধ্বনি বিজ্ঞানত বিশ্লেষণ কৰা হয় । একেদৰে, ধ্বনিবিজ্ঞানত ধ্বনিৰ প্ৰকাৰভেদ, ধ্বনিৰ হ্ৰস্ব-দীৰ্ঘ,আনুনাসিকতা,যুগ্মতা আদি সম্পৰ্কেও খৰচি মাৰি আলোচনা কৰা হয় । ধ্বনিৰ উচ্চাৰণ,[[ধ্বনি]] বৰ্ণনা,ধ্বনিৰ শ্ৰেণীবিভাজন,ধ্বনি উচ্চাৰণ আৰু গ্ৰহণৰ ক্ষেত্ৰত মানৱ শৰীৰৰ কেনে সম্পৰ্ক,এনে দিশসমূহৰ বিচাৰ-বিশ্লেষণৰ বাবে পদাৰ্থ বিজ্ঞানক সামৰি ধ্বনিবিজ্ঞানক এক প্ৰকৃত বিজ্ঞানৰ শাৰীত ধৰা হৈছে ।।<ref>{{cite book|title="অসমীয়া ভাষা-চিন্তন"|author =ডক্তৰ অৰ্পণা কোঁৱৰ|year=বছৰ2016|pages=১}}</ref>
 
ধ্বনিবিজ্ঞানত ধ্বনিৰ বিশ্লেষণ কৰা হয়।ধ্বনিৰহয়। ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা [[বাগিন্দ্ৰীয়]], উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ আৰু গুণ, ধ্বনিৰ প্ৰকৃতি আৰু স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা ধ্বনিবিজ্ঞানত কৰা হয় ।হয়। মানুহে বিভিন্ন [[বাগযন্ত্ৰ]]ৰ দ্বাৰা কেনেকৈ ধ্বনি উৎপন্ন কৰে, ধ্বনিৰ গুণাগুণ কেনেকৈ সলনি কৰিব পাৰে,[[ধ্বনি]]য়ে ধ্বনিয়ে কেনেকৈ এজনৰ [[মুখ]]ৰপৰা গৈ আনজনৰ শ্ৰৱণেন্দ্ৰিয়ত প্ৰতিক্ৰিয়া ঘটাব পাৰে আদি কথা ধ্বনিবিজ্ঞানত বিশ্লেষণ কৰা হয়। তদুপৰি ধ্বনিৰ উচ্চৰণত সংক্ৰমিত হোৱা বায়ুপ্ৰৱাহৰ তৰংগ অৰ্থাৎ বায়ুপ্ৰৱাহৰ গতি কিদৰে উচ্চাৰণাত্মক প্ৰক্ৰিয়াত জড়িত হৈ থাকে এনে দিশসমূহৰ বিষয়েও ধ্বনি বিজ্ঞানত বিশ্লেষণ কৰা হয় ।হয়। একেদৰে, ধ্বনিবিজ্ঞানত ধ্বনিৰ প্ৰকাৰভেদ, ধ্বনিৰ হ্ৰস্ব-দীৰ্ঘ, আনুনাসিকতা, যুগ্মতা আদি সম্পৰ্কেও খৰচি মাৰি আলোচনা কৰা হয় ।হয়। ধ্বনিৰ উচ্চাৰণ, [[ধ্বনি]] বৰ্ণনা, ধ্বনিৰ শ্ৰেণীবিভাজন, ধ্বনি উচ্চাৰণ আৰু গ্ৰহণৰ ক্ষেত্ৰত মানৱ শৰীৰৰ কেনে সম্পৰ্ক, এনে দিশসমূহৰ বিচাৰ-বিশ্লেষণৰ বাবে পদাৰ্থ বিজ্ঞানক সামৰি ধ্বনিবিজ্ঞানক এক প্ৰকৃত বিজ্ঞানৰ শাৰীত ধৰা হৈছে ।।হৈছে।<ref>{{cite book|title="অসমীয়া ভাষা-চিন্তন"|author =ডক্তৰড° অৰ্পণা কোঁৱৰ|year=বছৰ20162016|pages=১}}</ref>
 
==ধ্বনিবিজ্ঞানৰ কাম==