কলমকাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
 
{{সম্পাদনা দ্বন্দ্ব}}
[[চিত্ৰ:Kalamkari_Painting.JPG|thumb]]
'''কলমকাৰী''' ({{Lang-en|Kalamkari}}) হ'ল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু [[ভাৰত]]ৰ [[অন্ধ্ৰপ্ৰদেশ]] আৰু [[তেলঙ্গানা]]ত উৎপাদিত হয়। কেৱল প্ৰাকৃতিক ভাবে উৎপাদিত ৰং আৰু ৰঞ্জকহে কলমকাৰীত প্ৰয়োগ হয়। এইবোৰ তেইশটা প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ হয়।
8 নং শাৰী:
আদিতে কলমকাৰীক পট্টচিত্ৰ বুলি জনা গৈছিল। উৰিষ্যা আৰু ভাৰতৰ অন্যান্য ঠাইৰ লগতে নেপালত এই শৈলীৰ অনুশীলন কৰা হৈছিল।<ref>Roy Niranjan (1973), The Patas and Patuas of Bengal. Indian Publications Calcutta, Page number 54-55 (Annexure C,V)</ref> 'পট্টচিত্ৰ' (সংস্কৃত:पट्टचित्र) নামটোত পট্ট মানে হৈছে কাপোৰ আৰু চিত্ৰ মানে ছবি।<ref>SenGupta, pp. 12.</ref> অৰ্থাৎ কাপোৰত অংকিত ছবি।
মধ্যকালীন ইছলামিক শাসনকালত, কলমকাৰী শব্দটো পাৰ্ছিয়ান শব্দ قلمکار পৰা উদ্ভৱ হৈছে বুলি কোৱা হৈছে- য'ত কলম মানে পেন আৰু কাৰী মানে ক্ৰাফ্‌টমেনশ্বিপ অৰ্থাৎ হস্তকলা। গোলকুণ্ডা চুলটানিৰ পৃষ্ঠপোষকতাত এই হস্তকলা জনপ্ৰিয় হৈছিল। <ref name="NIOS">{{cite book |title=Indian Culture and Heritage |date=2012 |publisher=National Institute of Open Schooling |location=New Delhi |url=https://nios.ac.in/media/documents/SecICHCour/English/CH.11.pdf |accessdate=18 October 2017 |chapter=Indian Painting}}</ref>
 
== আজিৰ ডিজিটেল যুগত ==
 
==ৰং দিয়া পদ্ধতি ==
Line 21 ⟶ 19:
== বিষয়বস্তু ==
কলমকাৰীত বিশেষকৈ ৰামায়ণ আৰু মহাভাৰতৰ চিত্ৰসমূহ অংকিত হয়। অৱশ্যে আজিকালি বুদ্ধ আৰু বৌদ্ধ ধৰ্মীয় কলাৰ ৰূপ সমূহো কলমকাৰীত চিত্ৰিত কৰা হয়।<ref>{{cite news|last= Naidu|first=T. Appala|title=Techie's Twist to Kalamkari |date=20 July 2015 |url=http://www.thehindu.com/news/national/p-varun-kumar-comes-up-with-a-buddha-series-in-kalamkari/article7444368.ece| work=[[The Hindu]]}}</ref>
 
== আজিৰ ডিজিটেল যুগত ==
আজিকালি এই কাম ডিজিটেল পদ্ধতিত কৰা হয়। নতুন যুগত নতুন প্ৰকাৰ আৰু নতুন পদ্ধতিৰে ভাৰত আৰু ইৰাণত কলমকাৰী আৰ্ট বহুলভাৱে ডিজিটেল মাধ্যমত কৰা হয়।
ভাৰতত ডিজিটেল প্ৰিণ্টৰ চিল্ক, মলমল, কপাহী আৰু চিন্থেটিক শাৰী বিক্ৰী কৰা হয়। প্ৰকৃত কলমকাৰী আৰ্টতকৈ এই পদ্ধতি সহজ। কলমকাৰী প্ৰিণ্টৰ দুপাট্টা আৰু ব্লাউজ ভাৰতীয় মহিলা সকলৰ মাজত জনপ্ৰিয়।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/কলমকাৰী"ৰ পৰা অনা হৈছে