ভাষা-বিজ্ঞান (গ্ৰন্থ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
44 নং শাৰী:
}}
 
'''ভাষা-বিজ্ঞান''' ({{lang-en|Bhasha Vijnan}}) লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক [[উপেন্দ্ৰনাথ গোস্বামী|ড° উপেন্দ্ৰনাথ গোস্বামী]]ৰ দ্বাৰা ৰচিত এক উচ্চস্তৰৰ অসমীয়া [[ভাষাবিজ্ঞান]] বিষয়ক গ্ৰন্থ৷ ১৯৬৪ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন৷<ref name="BVBook">{{cite book | title=ভাষা-বিজ্ঞান | publisher=মণি-মাণিক প্ৰকাশ | author=গোস্বামী, ড° উপেন্দ্ৰনাথ | authorlink=আগ-কথাউপেন্দ্ৰনাথ গোস্বামী | year=2019 | location=গুৱাহাটী | isbn=978-81-85917-05-1}}</ref>
 
১৯৬৩-৬৪ চনত স্নাতক-মহলাত ভাষাবিজ্ঞান সম্পৰ্কীয় নতুন পাঠ-ক্ৰমৰ প্ৰচলন হোৱাত তেতিয়া পাঠ-ক্ৰমৰ বাবে ইংৰাজী বা আন কিতাপত আটাইখিনি কথা পোৱা নোযোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ এই অসুবিধাৰ মাজত বিষয়টোৰ অধ্যাপনাৰ কাম চলাওঁতে বিজ্ঞানসন্মত ভাষা বিষয়ক প্ৰাথমিক কেতবোৰৰ বিষয়ে অসমীয়া কিতাপ এখনৰ অভাৱ অনুভৱ কৰি গোস্বামীয়ে ১৯৬৪ চনত এই গ্ৰন্থখন ৰচনা কৰে৷<ref name="BVBook" />