ভাইৰাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
36 নং শাৰী:
#প্ৰজনন আৰু উৎপৰিৱৰ্তন (mutation) ভাইৰাছৰ জৈৱিক লক্ষণ।<ref name=" গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৩৫। </ref>।
 
==ভাইৰাছৰমোবাইল ফোন ৰ অফিচ আকাৰ আৰু আকৃতি==
===আকাৰ===
ভাইৰাছ অতিশয় ক্ষুদ্ৰ অৰ্থাৎ [[অণু]]-আণুবীক্ষণিক (sub-microscopic) বস্তু। অকল ইলেক'ট্ৰন [[অণুবীক্ষণ]] যন্ত্ৰৰ সহায়তহে ভাইৰাছৰ আকাৰ জনা সম্ভৱ। ভাইৰাছৰ গড় ব্যাস ৮-২৮০ বা ৩০০ মিলিমাইক্ৰন। আকাৰৰ ফালৰপৰা আটাইতকৈ সৰু ভাইৰাছটো হ'ল ঘৰচীয়া [[জীৱ-জন্তু]]ৰ [[মুখ]] আৰু [[ভৰি]]ত ৰোগ সৃষ্টিকাৰী '''ৰাইন'ভাইৰাছ '''(আকাৰ ১০-১২nm)। আনহাতে,ডাঙৰ ভাইৰাছটো হ'ল '''বসন্ত ভাইৰাছ''' (আকাৰ ৩০০-৪০০nm)। কিছুমান ভাইৰাছৰ আকাৰ এনেধৰণৰ- হাৰ্পিছ ভাইৰাছ (১৩৩-২৩৩nm ),জলাতঙ্ক ভাইৰাছ (১২৫nm ),ইনফ্লুয়েঞ্জা ভাইৰাছ (৮০-১০০nm ),প'লিঅ' ভাইৰাছ (২৮-৩০nm )ইত্যাদি। <ref name="গ্ৰন্থ ১" />
"https://as.wikipedia.org/wiki/ভাইৰাছ"ৰ পৰা অনা হৈছে