ৱিকিপিডিয়া:Sandbox: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

প্ৰবন্ধ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
7 নং শাৰী:
আখৈ মানুহে পুৱাৰ জলপানৰ লগত খায়। কিছুমানে এনেয়ে খায়। লাৰু তৈয়াৰ কৰোতেও আখৈ ব্যবহাৰ হয়। পূজা-পাতালত আখৈৰ প্ৰয়োজন অপৰিহাৰ্য।বিবাহত আখৈ অতি প্ৰয়োজন। কইনাৰ ভায়েকে বিয়াৰ দিনা নিশা আখৈ তোলা এটা পৰম্পৰা। আখৈক লৈ গীত-মাতো আছে । বিয়াগীতত আখৈ তোলা পৰম্পৰাৰ কথা পোৱা যায়।
আখৈক লৈ অসমীয়া জনসমাজক লোক বিশ্বাস প্ৰচলিত আছে।সৰু ল'ৰা-ছোৱালীৰ মাত নোলালে গাখীৰেৰে আখৈ খুৱালে মাত ওলায় বুলি বিশ্বাস। আখৈক লৈ সাঁথৰ,প্ৰবচন আদিও আছে।এনেদৰে আখৈ অসমীয়া সমাজ-সংস্কৃতি,সাহিত্যত গুৰুত্বপূৰ্ণ ঠাই অধিকাৰ কৰি আছে।
 
হাজোৰ পুষ্প শিল্প-
মৃগেন শৰ্মা
হাজোৰ দেৱালয় কেইখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে পুষ্প শিল্প।হাজো ফুলৰ বাবে বিখ্যাত ঠাই। ইয়াত বিশেষকৈ খেতি কৰি লাভ কৰা নাৰ্জী ফুল অসমৰ বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে সৰবৰাহ হয় ।
হজোৰ দেৱালয়বোৰৰ মালা যোগান ধৰে মালাকৰসকলে।এই মলা কেইবাপ্ৰকাৰৰো।যেনে-জপমালা, কন্ঠমলা,মূৰমালা,টুকটুকী মালা,ফুলৰ কাটা মালা, সূতাহীন মালা,বেলপাতৰ মালা,টোপমালা,দোলামালা,চাউলৰ মালা আৰু ধানৰ মালা হ'ল প্ৰধান। এই মালাবোৰ বিভিন্ন নিত্য পূজা-উপাসনাত দেৱ-দেৱীক ,বিভিন্ন পৰ্বত পিন্ধাই ভক্তি অঞ্জলি যাঁচে।