মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
34 নং শাৰী:
== মৰিগাঁও জিলাৰ প্ৰশাসনিক গঠন ==
মৰিগাঁও জিলাত বৰ্তমান ৭ টা উন্নয়ণ খণ্ড (Development Block) আছে। ইয়াৰে ৫ টা উন্নয়ণ খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২ টা উন্নয়ণ খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত।
বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ণ খণ্ডখণ্ডসমূহ সমূহ হলহ’ল-

১। ভূৰবন্ধা উন্নয়ণ খণ্ড

২। কপিলী উন্নয়ণ খণ্ড

44 নং শাৰী:

'''মৰিগাঁও জিলাত মুঠ ৫ টা ৰাজহ চক্ৰ (Revenue Circle) আছে।'''

ৰাজহ চক্ৰ কেইটা হলহ’ল-
১। মায়ং ৰাজহ চক্ৰ
২। মৰিগাঁও ৰাজহ চক্ৰ
৩। ভূৰাগাঁও ৰাজহ চক্ৰ
৪। লাহৰিঘাট ৰাজহ চক্ৰ
৫। মিকিৰভেটা ৰাজহ চক্ৰ

মৰিগাঁও জিলাত সৰ্ব্বমুঠ ৮৫ টা গাঁও পঞ্চায়ত আছে।