বাগ্ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
1 নং শাৰী:
'''ধ্বনি''' বা '''বাগ্ধ্বনি''' বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়।<ref name="assamese">{{cite book|title=বাগ্ধ্বনি | book=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | author=গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2000 | pages=31-34 | accessdate=10 june 2020}}</ref> ধ্বনি, ধ্বনিগুণ আৰু [[লয় (ব্যাকৰণ)|লয়]]ৰ বিশ্লেষণাত্মক আলোচনাক [[ধ্বনিবিজ্ঞান]] (Phonetics) আৰু [[বৰ্ণবিজ্ঞান]]ৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়। প্ৰাকৃতিৰ বিচাৰ বিশ্লেষণৰ নাম প্ৰাকৃতিবিজ্ঞান (morphemics and morphology)। বিভিন্ন স্তৰত এইবোৰৰ ভাষানিৰপেক্ষ বিচাৰ বিশ্লেষণ হ’ব পাৰে; আৰু সেই কাৰণে সামান্য (general) ধ্বনিবিজ্ঞান, বৰ্ণবিজ্ঞান আৰু প্ৰাকৃতিবিজ্ঞান তথা সমস্ত বাগ্বিজ্ঞানৰ (general linguistics) সৃষ্টি হৈছে। বাগ্বিজ্ঞানৰ আলোচনা পদ্ধতি
বৰ্তমান ভাষাত ধ্বনিৰ উচ্চাৰণ আৰু আখৰৰ মাজত বৰ্তমানে সামঞ্জস্য দেখা নাযায়। অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জন ধ্বনি ('ৱ' আৰু 'য়' এই দুটা অৰ্ধস্বৰ ধৰিলে তেইশটা ব্যঞ্জন বৰ্ণ) উচ্চাৰিত হয়।<ref>{{cite book|title=অসমীয়া বৰ্ণমালা | book=অসমীয়া ভাষা | author=বৰুৱা, ড॰ ভীমকান্ত | pages=126-135 | year=2006 | accessdate=10 june 2020}}</ref>
|