কুটিল লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
তথ্যসূত্ৰৰ প্ৰয়োজন
1 নং শাৰী:
{{Unreferenced}}
ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ-ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হোৱা গুপ্তলিপিৰ পৰিৱৰ্তিত ৰূপকে '''কুটিল লিপি''' বা '''সিদ্ধমাতৃকা লিপি''' বুলি কোৱা হয়। অৰ্থাৎ [[গুপ্তলিপি]]ৰ পৰা কুটিল লিপি উদ্ভৱ হয়।পৰিৱৰ্তিত গুপ্তলিপিবিলাকৰ স্বৰমাত্ৰাবোৰৰ আকাৰ কুটিল বা বেঁকা হোৱা কাৰণে ইয়াক কুটিল লিপি বুলি অভিহিত কৰা হয়। এনে লিপিৰ আখৰবোৰ বেছি ভাগতে মূৰটো 'V'ৰ সদৃশ আৰু স্বৰৰ মাত্ৰাবোৰ বেছি একা-বেঁকা আৰু দীঘল।