নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
48 নং শাৰী:
[[শংকৰদেৱ]]ৰ আজ্ঞা মানি [[মাধৱদেৱে]] ঘোষা লিখিবলৈ লওঁতে হাতত কলম লৈ চিন্তা কৰি থকা দেখি তেওঁ প্ৰথম ঘোষা ফাঁকি লিখি দিলে। তাৰ পিছতে [[মাধৱদেৱে]] লিখি গৈ মুঠ এহেজাৰ এক ফাঁকিত সামৰণি মাৰিলে। দ্বিতীয় ফাঁকিৰ পৰা [[মাধৱদেৱে]] লিখা বাবে নাম ঘোষাক ''হেজাৰী ঘোষা'' বুলিও কোৱা হয়। মাধৱদেৱৰ আন এটা নাম ''বঢ়াৰ পো''।
 
নামঘোষাখননামঘোষা পুথি ভগ চাৰিটা [[ছন্দ]]ত লিখা।
 
# ছবি
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে