ৱিকিপিডিয়া:পাঁচটা স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
| 
|-
|[[Image:OrangePillar.svg|47px|alt=Orange pillar (4: Code of conduct and etiquette)]] || {{anchor|4|Orange|Code of conduct|Etiquette}}'''[[ৱিকিপিডিয়া:শিষ্টাচাৰ|সম্পাদকসকলে ইজনে সিজনৰ লগত ভদ্ৰতাৰে কথা-বতৰা পাতিব লাগে]] |''' কোনো বিষয়ত মতবিৰোধ থাকিলেও আপোনাৰ সহযোগী [[ৱিকিপিডিয়ান]]সকলক সন্মান কৰক | [[ৱিকিপিডিয়া:শিষ্টাচাৰ|শিষ্টাচাৰ]] মানি চলক আৰু [[ৱিকিপিডিয়া:ব্যক্তিগত আক্ৰমণ নকৰিব|ব্যক্তিগত আক্ৰমণ]] এৰাই চলক | [[ৱিকিপিডিয়া:ঐকমত্য|ঐকমত্য]] বিচাৰি চাওক, [[ৱিকিপিডিয়া:সম্পাদনা দ্বন্দ|সম্পাদনা দ্বন্দ]] পৰিহাৰ কৰক, আৰু মনত ৰাখক যে অসমীয়া ৱিকিপিডিয়াত ঠিক কৰিবলৈ আৰু আলোচনা কৰিবলৈ {{NUMBEROFARTICLES}} টা প্ৰৱন্ধ আছে | ভাল বিশ্বাস ৰাখি কাম কৰক, [[ৱিকিপিডিয়া:এটা বক্তব্য স্পষ্ট কৰিবলৈ ৱিকিপিডিয়া বিশৃংখল নকৰিব|এটা বক্তব্য স্পষ্ট কৰিবলৈ কেতিয়াও ৱিকিপিডিয়া বিশৃংখল নকৰিব]], আৰু আনৰ ওপৰতোপ্ৰতিও [[ৱিকিপিডিয়া:ভাল বিশ্বাসভাৱ ৰাখক|ভাল বিশ্বাসভাৱ ৰাখক]] | খোলাখুলিকৈ ভাৱ প্ৰকাশ কৰক আৰু [[ৱিকিপিডিয়া:অনুগ্ৰহ কৰি নতুন সদস্যক বেয়া ব্যৱহাৰ নকৰিব|সকলোকে আদৰণি জনাওক]] | মতবিৰোধ হ’লে প্ৰথমে [[সহায়:আলোচনা পৃষ্ঠা|আলোচনা পৃষ্ঠা]]ত বিষয়টো বিৱৰণ কৰক, আৰু [[ৱিকিপিডিয়া:মতবিৰোধ সমাধান|মতবিৰোধ সমাধান]] মানি চলক |
|-
| 
|-
|[[Image:RedPillar.svg|47px|alt=Red pillar (5: Ignore all rules)]] || {{anchor|5|Red|IAR}}'''[[ৱিকিপিডিয়া:সকলো বিধি উপেক্ষা কৰক|ৱিকিপিডিয়াত কোনো ধৰা-বন্ধা নিয়ম নাই]] |''' ৱিকিপিডিয়াৰ নিয়মসমূহ শিলত কটা হোৱা নাই, আৰু ইয়াৰ শব্দ আৰু ভাৱাৰ্থ সময়ৰ সৈতে সলনি হ’ব পাৰে | ৱিকিপিডিয়াৰ নিয়মাৱলীৰ আদৰ্শ আৰু উদ্যম সেইবোৰৰ আভিধানিক অৰ্থতকৈ অধিক প্ৰয়োজনীয়, আৰু কেতিয়াবা ৱিকিপিডিয়াৰ উন্নতি সাধনৰ বাবে নিয়মৰ হেৰফেৰ হ’ব পাৰে | প্ৰৱন্ধত নতুন কথা অন্তৰ্ভুক্ত কৰিবলৈ [[ৱিকিপিডিয়া:সাহসী হওক|সাহসী হওক]] (কিন্তু [[ৱিকিপিডিয়া:অসাৱধানতা|অসাৱধান]] নহয়) আৰু ভুলৰ বাবে চিন্তা নকৰিব | আপোনাৰ প্ৰচেষ্টা [[ৱিকিপিডিয়া:সম্পাদনা নীতি|নিখুঁত নহ’বও পাৰে]]; [[সহায়:পৃষ্ঠা ইতিহাস|পূৰ্বৰ সংস্কৰণ সঞ্চিত হৈ থাকে]], সেইবাবেবাবে কোনো ক্ষতি অপূৰনীয় নহয় |
|}
 
<noinclude>
{{Wikipedia principles}}
{{Wikipedia policies and guidelines}}
 
[[Category:Wikipedia basic information|{{PAGENAME}}]]