ওডিছী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
File
1 নং শাৰী:
{{confuse|ওদিছি নৃত্য}}
[[চিত্ৰ:John_William_Waterhouse_-_Ulysses_and_the_Sirens_(1891).jpg|thumb]]
'''ওডিছী''' এখন মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- [[হোমাৰ]]। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য। প্ৰথমখনৰ নাম [[ইলিয়াড]]। অসমীয়া ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰিছে [[প্ৰদীপ শইকীয়া]]ই। ট্ৰজানযুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱৰ্তন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সো নামৰ এক দেৱীৰ বন্দী হৈ থকা অৱস্থাত মনৰ ব্যাকুলতা আৰু অশ্ৰুপাতৰ বৰ্ণনাৰে আৰম্ভ হৈছে ওডিছী মহাকাব্য<ref name="ওডিছী">{{cite book | title=ওডিছী | publisher=বনলতা | author=শইকীয়া, প্ৰদীপ | year=২০১৮}}</ref>।
 
"https://as.wikipedia.org/wiki/ওডিছী"ৰ পৰা অনা হৈছে