গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Anshuman.jrt (আলোচনা | বৰঙণি) |
Anshuman.jrt (আলোচনা | বৰঙণি) |
||
105 নং শাৰী:
==উল্লেখযোগ্য স্থান==
* '''[[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]'''
গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ [[এশিঙীয়া গঁড়]]ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ। * '''[[গৰমপানী অভয়াৰণ্য]]'''
* '''বীৰাংগনা সাধনী কলাক্ষেত্ৰ''': এই কলাক্ষেত্ৰ [[চুতীয়া ৰাজ্য]]ৰ শেষ ৰাণী বীৰাংগনা [[সতী সাধনী]]ৰ স্মৃতিত গোলাঘাট নগৰৰ সমীপৰ মইনাপাৰাত নিৰ্মাণ কৰা হৈছে। সাধনী কলাক্ষেত্ৰত অসমৰ বিভিন্ন কলা-সংস্কৃতি, সংগীতৰ বিভিন্ন নিদৰ্শন দাঙি ধৰাৰ উপৰিও বীৰাংগনা সতী সাধনীৰ জীৱনৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ▼
* '''বীৰাংগনা সাধনী কলাক্ষেত্ৰ'''
* '''ৰবীন বেনাৰ্জী সংগ্ৰহালয়''': বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা স্বৰ্গীয় [[ৰবীন বেনাৰ্জী]]ৰ গোলাঘাটৰ মিছন ৰোড স্থিত বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে। ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে। ▼
▲
* '''যমুনা উদ্যান''': গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত যমুনা উদ্যানত নৌকা বিহাৰৰ ব্যৱস্থা আছে। ▼
* '''ৰবীন বেনাৰ্জী সংগ্ৰহালয়'''
* '''নামবৰ দৈগ্ৰুং অভয়াৰণ্য''': ৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰি এই অভয়াৰণ্য বিৱৰি এই অভয়াৰণ্য অৱস্থিত। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি। ▼
▲
* '''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ''': অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত [[শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ]] অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। ▼
* '''যমুনা উদ্যান'''
* '''নামবৰ দৈগ্ৰুং অভয়াৰণ্য'''
▲
* '''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ'''
▲
==ৰাজনীতি==
|