ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
ডিম্বেশ্বৰ নেওগৰনেওগ (জন্ম হৈছিল ১৮৯৯ চনৰ:আগষ্টতআগষ্ট, শিৱসাগৰৰ জিলাৰ১৮৯৯ (কমাৰদফীয়া গাৱঁত | তেখেত অসমীয়া সাহিত্যৰগাঁও, ইতিহাসত[[শিৱসাগৰ]]) প্ৰাতঃস্মৰণীয়-- ব্যক্তিসকলৰমৃত্যু: অন্যতম১১ |নৱেম্বৰ, তেওঁ১৯৬৬) এজন সাহিত্যিক, গৱেষক, সমালোচক আৰু শিক্ষক আছিল | বিচক্ষণ সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু পত্ৰিকা সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল | সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল | অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগ দেৱৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:-

(১) আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৩৭)

(২) অসমীয়া সাহিত্যৰ জিলিঙনি (১৯৩৮)

(৩) অসমীয়া সাহিত্যৰ জেউতি (১৯৩৮)

(৪) বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি (১৯৪১)

(৫) বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ব (১৯৪২)

(৬) ইণ্ট্ৰডাকচন টু আসাম (১৯৪৭)

(৭) অসমীয়া কথা প্ৰতিভা (১৯৫০)

(৮) অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)

(৯) হিষ্টৰী অব্‍ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি |

(৯) হিষ্টৰী অব্‍ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি |

ডিম্বেশ্বৰ নেওগ দেৱে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল, তাৰে উল্লেখযোগ্য দুটিমান কবিতা হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’ ইত্যাদি |

সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয় | [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰআন্দোলন]]ৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন ?”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনা আগবঢ়াইছিল | ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ গায়ক” কবিতাত লিখিছিল “দাসত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ব অন্ধ লুইতৰ দৰে | স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ |” ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতে ইহলীলা সম্বৰণ কৰে |