ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
ডিম্বেশ্বৰ নেওগ ''(জন্ম: ৭ আগষ্ট, ১৮৯৯ (কমাৰদফীয়া গাঁও, [[শিৱসাগৰ]]) -- মৃত্যু: ১১ নৱেম্বৰ, ১৯৬৬)'' এজন সাহিত্যিক, গৱেষক, সমালোচক আৰু শিক্ষক আছিল | বিচক্ষণ সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু পত্ৰিকা সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল | সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল | অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগ দেৱৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:- <br />
(১) আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৩৭)