সমিধান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

update (edited with ProveIt)
1 নং শাৰী:
{{Infobox University
| name = সমিধান
| image_name = Xomidhan logo.jpg
| image_size = 200px
| caption = সমিধানৰ প্ৰতীক
| tag line = Connect, Share, Empower
| established = জানুৱাৰী, ২০১০
| headquartered = অসম, ভাৰত
| website = {{URL|www.xomidhan.org}}
}}
'''সমিধান''' এটা অ-ব্যৱসায়িক স্বেচ্ছাসেৱী সংগঠন। <ref>{{cite web | url=http://sevendiary.com/xomidhan-free-career-portal-ne/ | title=Xomidhan: The first free career portal of NE | publisher=Sevendairy | date=27 January 2013 | accessdate=4 February 2013 | author=John Hingkung}}</ref> [[ভাৰত]]ৰ উত্তৰ পূৰ্বাঞ্চলত তথ্য সৰবৰাহৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছ পৰি থকা অঞ্চলসমূহৰ উন্নয়নৰ উদ্দেশ্য আগত ৰাখি কেইজনমান উদ্যমীৰ উদ্যোগত ২০১০ চনৰ ১ জানুৱাৰী তাৰিখে সমিধান মুকলি কৰা হৈছিল। <ref>{{cite web|author=TI Trade |url=http://www.assamtribune.com/scripts/detailsnew.asp?id=mar0310/city05 |title=The Assam Tribune Online |publisher=Assamtribune.com |date=3 March 2010 |accessdate=18 July 2012}}</ref> এই সংগঠনটো ভাৰতৰ ''Societies Registration Act, XXI of 1860''-ৰ আধাৰত পঞ্জীয়ণভুক্ত। সমিধানে বিভিন্ন বিষয়ৰ সমল ব্যক্তিৰে গঠিত এটা গোটৰ জৰিয়তে কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰে। এই গোটটোত অভিযান্ত্ৰিক, ডিজাইন, গণ-মাধ্যম, অৰ্থনীতি, জন-সম্পৰ্ক, চিকিৎসা, ব্যৱস্থাপনা, কলা, ক্ৰীড়া আদি বিভিন্ন বিষয়ৰ সমল ব্যক্তি সদস্য হিচাপে আছে। <ref>{{cite web|author=29 November 2010 by Xomidhan |url=https://www.friedeye.com/2010/11/fried-jobs.html#more-2462 |title=Fried Careers |publisher=Fried Eye |date=29 November 2010 |accessdate=18 July 2012}}</ref><ref>{{cite web | url=http://www.timesofassam.com/headlines/xomidhan-on-completion-of-3-years/ | title=Xomidhan on completion of 3 years | work=Times of Assam | date=1 January 2013 | accessdate=4 February 2013 | author=Correspondent}}</ref> ইয়াৰ লগতে সমিধানে আন এটা অ-ব্যৱসায়িক স্বেচ্ছাসেৱী সংগঠন [[চাকৰি ডট অৰ্গ|চাকৰি]]ৰ সহযোগত বিনামূলীয়া ''resume building'' সেৱাও আগবঢ়ায়। <ref>{{cite news | url=http://www.meghalayatimes.info/index.php?option=com_content&view=article&id=15233:ne-gets-job-hunting-portal&catid=36:state&Itemid=29 | title=NE gets job hunting portal | work=Monday, 26 July 2010 07:50 | date=Meghalaya Times | accessdate=7 July 2012 | author=Written by the Editor}}</ref><ref>{{cite news | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=jul2710/city05 | title=Exclusive job website for NE launched| work=The Assam Tribune | date=27 July 2012 | accessdate=10 July 2012 | author=Staff Reporter}}</ref>
15 নং শাৰী:
 
==শৈক্ষিক পৰামৰ্শদান আৰু বৃত্তি প্ৰদান কাৰ্যসূচী==
২০১২ চনত সমিধানে শৈক্ষিক পৰামৰ্শদান আৰু বৃত্তি প্ৰদান ([[ইংৰাজী]]: "Mentor-ship-cum-Scholarship" ) কাৰ্যসূচী আৰম্ভ কৰে। <ref name="northeastblog" /> এই কাৰ্যসূচীৰ অংশস্বৰূপে অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ পৰিয়ালৰ ৬ গৰাকী ছাত্ৰ-ছাত্ৰ্ৰীক শৈক্ষিক পৰামৰ্শদান আৰু বৃত্তি প্ৰদান কৰা হৈছে। বৰ্তমান একাদশ শ্ৰেণী বা তাৰ ওপৰত শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী এই কাৰ্যসূচীৰ দ্বাৰা সাঙুৰি লোৱা হয়। বাছনিৰ চৰ্ত অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে অষ্টম শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলো শিক্ষান্ত পৰীক্ষাতে ৭০% বা ততোধিক নম্বৰ প্ৰাপ্ত হ'ব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থীজনৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ১,৭৫,০০০ টকা(US$2,700)তকৈ কম হ'ব লাগিব। প্ৰতিগৰাকী শিক্ষাৰ্থীকে তেওঁৰ কেৰিয়াৰ নিৰ্বাচন, অধ্যয়নৰ বিষয় আৰু ভৱিষ্যতৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি দুগৰাকী শৈক্ষিক পৰামৰ্শদাতাৰ সৈতে সংযুক্ত কৰা হয়। প্ৰতিটো বৃত্তিৰ পৰিমাণ বছৰি ২৫,০০০ টকা (US$380)।
 
শেহতীয়াকৈ "সমিধানে" ছাত্ৰ-ছাত্ৰীসকলক জলপানি প্ৰদানৰ বাবে ’স্কলাৰ এচিষ্ট’ নামেৰে এক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উদ্দেশ্য মেধাৱী শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব বিচৰা দাতা আৰু যোগ্য ছাত্ৰ-ছাত্ৰীৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা। এই পদক্ষেপৰ অংশ হিচাপে বৰ্তমান ৬টা ছাত্ৰবৃত্তি সমিধানৰ ৱেবছাইটত উপলব্ধ।<ref name="নিয়মীয়া">{{cite web | url=https://niyomiyabarta.org/regional/students-scholership/?fbclid=IwAR1h18D4lKulbReRZptNHJ2CXlc6SmzRDH20nS4xuiOB4Lu6oD35s4EBZao | title=শিক্ষাৰ্থীক জলপানি প্ৰদানৰ বাবে সমিধানৰ ‘স্কলাৰ এচিষ্ট’ | publisher=নিয়মীয়া বাৰ্তা | date=12 July 2020 | accessdate=29 July 2020}}</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/সমিধান"ৰ পৰা অনা হৈছে