ৱিকিপিডিয়া:পাঁচটা স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
| 
|-
|[[Image:GreenPillar.svg|47px|alt=Green pillar (2: NPOV)]] || {{anchor|2|Green|NPOV}}'''[[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|ৱিকিপিডিয়া নিৰপেক্ষ দৃষ্টিভংগীৰে লিখা হয়]] |''' আমি ভাৰসাম্য ৰক্ষা কৰি নিৰপেক্ষ দৃষ্টিভংগীৰে তথ্য সন্নিৱিষ্ট কৰা আৰু প্ৰধান [[wikt:point of view|দৃষ্টিকোণ]] বৰ্ণনা কৰা প্ৰৱন্ধৰ বাবে অহৰহ যত্ন কৰোঁ | আমি কাৰোবাৰ পোষকতা কৰাটো এৰাই চলোঁ আৰু কোনো বিষয় লৈ তৰ্ক কৰাৰ সলনি তাক ডাঙি ধৰোঁ | কোনো ক্ষেত্ৰত মাত্ৰ এটাই সুপৰিচিত দৃষ্টিকোণ থাকিব পাৰে; আন কোনো ক্ষেত্ৰত কেইবাটাও দৃষ্টিকোণ থাকিব পাৰে | তেতিয়া আমি কোনোটোকে "সঁচা" বা "শ্ৰেষ্ঠ দৃষ্টিকোণ" বুলি নকৈ আটাইকেইটাকে সঠিকভাৱে, প্ৰসংগ দৰ্শাই বৰ্ণনা কৰোঁ | সকলো [[বিশ্বকোষৰ প্ৰৱন্ধ|প্ৰৱন্ধ]]ই [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্য সঠিকতা]]ৰ বাবে চেষ্টা কৰিব লাগিব: প্ৰসংগপ্ৰসংগৰ উল্লেখ নথকা লেখা আঁতৰাই দিয়া হ’ব পাৰে, সেইকাৰণে [[:ৱিকিপিডিয়া:উৎসৰ উল্লেখ|অনুগ্ৰহ কৰি প্ৰসংগ বা তথ্যসূত্ৰ উল্লেখ কৰক]] | সম্পাদকৰ [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|ব্যক্তিগত অভিজ্ঞতা, ভাৱ বা মতামত]] ইয়াত থাকিব নালাগে | তাৰ অৰ্থ হ’ল [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্য]], [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|কৰ্তৃত্বশীল উৎস]]ৰ উল্লেখ কৰা, বিশেষকৈ যেতিয়া বিষয়টো বিতৰ্কিত বা [[ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী|জীৱিত ব্যক্তি]]ৰ ওপৰত লিখা হয় |
|-
|