উত্তৰকাশী জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"Uttarkashi district" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
"Uttarkashi district" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
2 নং শাৰী:
{{Infobox settlement|name=উত্তৰকাশী জিলা|population_rank=|area_footnotes=1451 km<sup>2</sup>claimed by China|area_rank=|area_total_km2=8016|elevation_footnotes=|elevation_m=|population_total=330,086|population_as_of=|population_density_km2=41|governing_body=|population_demonym=|population_footnotes=|timezone1=[[Indian Standard Time|IST]]|utc_offset1=+5:30|postal_code_type=<!-- [[Postal Index Number|পিন ক'ড]] -->|postal_code=|registration_plate=UK|website={{URL|uttarkashi.nic.in}}|unit_pref=Metric|government_type=|other_name=উত্তৰ কাশী, বাৰাহাট|subdivision_name={{flag|India}}|nickname=UKI|settlement_type=[[Districts of Uttarakhand|জিলা]]|image_skyline=|image_alt=|image_caption=|image_map=Uttarkashi_district.svg|map_caption=ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থান|subdivision_type=দেশ|subdivision_type1=[[States and territories of India|ৰাজ্য]]|seat=[[উত্তৰকাশী]]|subdivision_name1=[[উত্তৰাখণ্ড]]|subdivision_type2=সংমণ্ডল|subdivision_name2=[[গড়ৱল সংমণ্ডল|গড়ৱল]]|established_title=<!-- Established -->|established_date=1960|founder=|named_for=|seat_type=সদৰ|footnotes=}}'''উত্তৰকাশী জিলা''' উত্তৰ [[ভাৰত]]ৰ [[উত্তৰাখণ্ড]] ৰাজ্যৰ [[গড়ৱাল সংমণ্ডল|গড়ৱল সংমণ্ডল]]ৰ অন্তৰ্গত এখন জিলা। [[উত্তৰকাশী]] নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল।
 
উত্তৰকাশী জিলা [[হিমালয়|হিমালয়]] পৰ্বতমালাত অৱস্থিত। এই জিলাৰ অন্তৰ্গত [[গংগোত্ৰী]]ৰ পৰা [[গঙ্গা নদী|গংগা নদিনদী]] আৰু [[যমুনোত্ৰী]]ৰ পৰা [[যমুনা নদী|যমুনা নদি]]ৰ উৎপত্তি ঘটে। এই জিলাত কেইবাখনো মঠ-মন্দিৰ আছে যিয়ে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক আকৰ্ষিত কৰে। এই জিলাৰ উত্তৰে [[হিমাচল প্ৰদেশ]], উত্তৰ-পূবত [[তিব্বত স্বায়ত্তশাসিত অঞ্চল|তিব্বত]], পূবে [[চামোলী জিলা]], দক্ষিণ-পূবত [[ৰুদ্ৰপ্ৰয়াগ জিলা|ৰুদ্ৰপ্ৰয়াগ জিলা]], দক্ষিণে [[তেহৰী গড়ৱাল জিলা|তেহৰী গড়ৱল জিলা]] আৰু পশ্চিমে [[দেৰাডুন জিলা]] অৱস্থিত।