ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
65 নং শাৰী:
ডিম্বেশ্বৰ নেওগে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল। তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথি হৈছে ‘মালিকা’, ‘থুপিতৰা’, ‘মালতী’, ‘ইন্দ্ৰধনু’, ‘মুকুতা’, ‘মেঘদূত’, ‘অসমা’, ‘বিচিত্ৰা’ ইত্যাদি। তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’, ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি।
 
== অনান্যঅন্যান্য কৰ্মৰাজি ==
সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয়। [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]ৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন?”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনাঅৰিহণা আগবঢ়াইছিল। ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ'শেষ গায়ক”গায়ক' কবিতাত লিখিছিল<ref name="ডিম্বেশ্বৰ নেওগ"/>
<blockquote>“দাসত্ত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ত্ব অন্ধ লুইতৰ দৰে। স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ। </blockquote>”
 
 
 
== তথ্য সংগ্ৰহ==