সমাজতত্ত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
'''সমাজতত্ত্ব''' হ'ল মানুহৰ সামাজিক আচৰণ, সমাজ, সামাজিক সমন্ধ, সামাজিক আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা বিষয়। ই হ'ল এক সমাজ বিজ্ঞান যি সামাজিক শৃংখলা আৰু সামাজিক পৰিবৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক বিশ্লেষণৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰে। সমাজতত্ত্বৰ গৱেষকসকলে প্ৰায়োগিক অৰ্থাৎ সামাজিক আঁচনি প্ৰস্তুত আৰু সামাজিক কল্যাণৰ বাবে অধ্যয়ন কৰাৰ লগতে সামাজিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে তাত্বিক অধ্যয়ন কৰে। সমাজতত্ত্বৰ অধ্যয়নৰ বিষয়বস্তু সমাজৰ সূক্ষ্ম পৰ্যায়ৰ পৰা (কৰ্তা আৰু ব্যক্তিৰ আন্তঃক্ৰিয়া) বৃহৎ পৰ্যায়লৈ(সামাজিক পদ্ধতি আৰু সামাজিক সংৰচনা) অন্তৰ্ভূক্ত৷ পৰম্পৰাগতভাৱে সমাজতত্ত্বৰ অন্তৰ্গত বিষয়বোৰ হ'ল সামাজিক স্তৰীকৰণ, সামাজিক শ্ৰেণী, সামাজিক গতিশীলতা, সামাজিক আন্তঃক্ৰিয়া, সামাজিক সংস্থা, সামাজিক সমূহ, সামাজিক পদ্ধতি, সামাজিক শৃংখলা, বিচ্যুতি, প্ৰতিমান, লিঙ্গ ইত্যাদি। মানুহৰ সকলো কাৰ্যকলাপেই সামাজিক সংৰচনা আৰু ব্যক্তিৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াত সংঘটিত হয়। সেয়ে সমাজতত্ত্বই ক্ৰমাগতভাৱে সমাজৰ অন্য বিষয় আৰু সংস্থাক ইয়াৰ অধ্যয়নৰ বিষয় কৰি লৈছে।সমূহ উদাহৰণস্বৰূপেযেনেঃ স্বাস্থ্য, চিকিৎসা ব্যৱস্থা, প্ৰতিৰক্ষা ব্যৱস্থা, ন্যায়ালয়, সংগীত, ইণ্টাৰনেট ইত্যাদি।ইত্যাদি আৰু সংস্থাক ইয়াৰ অধ্যয়নৰ বিষয় কৰি লৈছে।
 
==বিষয় বস্তু==
পৰম্পৰাগতভাৱে সমাজতত্ত্বৰ অন্তৰ্গত বিষয়বোৰ হ'ল-
#সামাজিক স্তৰীকৰণ,
#সামাজিক শ্ৰেণী,
#সামাজিক গতিশীলতা,
#সামাজিক আন্তঃক্ৰিয়া,
#সামাজিক সংস্থা,
#সামাজিক সমূহ,
#সামাজিক পদ্ধতি,
#সামাজিক শৃংখলা,
#বিচ্যুতি,
#প্ৰতিমান,
#লিঙ্গ, ইত্যাদি।