সমাজতত্ত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নতুন তথ্য
15 নং শাৰী:
#লিঙ্গ, ইত্যাদি।
 
== সমাজতত্ত্বীয় অধ্যয়নৰ বিভাজন ==
==তথ্য সংগ্ৰহ==
সমাজতত্ত্বীয় অধ্যয়নক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি । সেয়া হ'ল-
{{reflist}}
 
# ব্যষ্টিবাদী অধ্যয়ন(Micro Study)
# সমষ্টিবাদী অধ্যয়ন(Macro Study)
 
=== ব্যষ্টিবাদী অধ্যয়ন(Micro Study) ===
সমাজতত্ত্বৰ ব্যষ্টিবাদী অধ্যয়ন হ'ল সমাজৰ ক্ষুদ্ৰ পৰ্যায়ৰ অধ্যয়ন । সমাজৰ ক্ষুদ্ৰ পৰ্যায় হ'ল ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়া(সমাজতত্ত্বত যিহেতু ব্যক্তিক অধ্যয়ন কৰা নহয়) । গতিকে ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সামাজিক ঘটনাৰ বিষয়ে অধ্যয়নেই হ'ল ব্যষ্টিবাদী অধ্যয়ন ।
 
=== সমষ্টিবাদী অধ্যয়ন(Macro Study) ===
সমাজতত্ত্বৰ সমষ্টিবাদী অধ্যয়নে সমাজৰ বৃহৎ পৰ্যায়ত কৰা অধ্যয়নৰ কথা বুজায় । সাধাৰণতে ই সমাজৰ সংৰচনামূলক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সমাজৰ ব্যক্তিসকল বিভিন্ন পদৱীত অধিষ্ঠিত হৈ থাকে আৰু এই পদৱীসমূহ সংগঠিত কৰি একোটা সংৰচনা গঠন কৰে সামাজিক নীতি-নিয়মে । গতিকে এই সংৰচনা ভিত্তিক যিকোনো সামাজিক ঘটনাৰ অধ্যয়নেই হ'ল সমষ্টিবাদী অধ্যয়ন ।{{reflist}}
 
==বাহ্যিক সংযোগ==