সমাজতত্ত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন তথ্য
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
16 নং শাৰী:
 
== সমাজতত্ত্বীয় অধ্যয়নৰ বিভাজন ==
সমাজতত্ত্বীয় অধ্যয়নক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি ।পাৰি। সেয়া হ'ল-
 
# ব্যষ্টিবাদী অধ্যয়ন (Micro Study)
# সমষ্টিবাদী অধ্যয়ন (Macro Study)
 
=== ব্যষ্টিবাদী অধ্যয়ন (Micro Study) ===
সমাজতত্ত্বৰ ব্যষ্টিবাদী অধ্যয়ন হ'ল সমাজৰ ক্ষুদ্ৰ পৰ্যায়ৰ অধ্যয়ন ।অধ্যয়ন। সমাজৰ ক্ষুদ্ৰ পৰ্যায় হ'ল ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়া (সমাজতত্ত্বত যিহেতু ব্যক্তিক অধ্যয়ন কৰা নহয়) । গতিকে ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সামাজিক ঘটনাৰ বিষয়ে অধ্যয়নেই হ'ল ব্যষ্টিবাদী অধ্যয়ন ।অধ্যয়ন।
 
=== সমষ্টিবাদী অধ্যয়ন (Macro Study) ===
সমাজতত্ত্বৰ সমষ্টিবাদী অধ্যয়নে সমাজৰ বৃহৎ পৰ্যায়ত কৰা অধ্যয়নৰ কথা বুজায় ।বুজায়। সাধাৰণতে ই সমাজৰ সংৰচনামূলক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।কৰে। সমাজৰ ব্যক্তিসকল বিভিন্ন পদৱীতপদবীত অধিষ্ঠিত হৈ থাকে আৰু এই পদৱীসমূহপদবীসমূহ সংগঠিত কৰি একোটা সংৰচনা গঠন কৰে সামাজিক নীতি-নিয়মে ।নিয়মে। গতিকে এই সংৰচনা ভিত্তিক যিকোনো সামাজিক ঘটনাৰ অধ্যয়নেই হ'ল সমষ্টিবাদী অধ্যয়ন ।{{reflist}}অধ্যয়ন।
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
==বাহ্যিক সংযোগ==