মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:184:F60C:0:0:1C8C:D8AC (আলোচনা)-ই কৰা 241670 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
মনোবিজ্ঞান
1 নং শাৰী:
{{unreferenced}}
{{পোখালি}}
'''মনোবিজ্ঞান'''({{lang-en|Psychology}}) : বিজ্ঞানৰ যিটো শাখাত মনৰ গঠন, ক্ৰিয়া-কলাপ,আচাৰ-আচৰণৰ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা হয়, সেই বিষয়টোকে সাধাৰণ অৰ্থত মনোবিজ্ঞান বুলি কোৱা হয়। ইংৰাজী psychology শব্দটো গ্ৰীক ভাষাৰ psyche (আত্মা)আৰু logos (বিজ্ঞান বা অধ্যয়ন) শব্দদুটাৰশব্দ দুটাৰ পৰা আহিছে। সেয়ে psychologyক আত্মাৰ বিজ্ঞান বুলিও ক'ব পৰা যায়।
 
==মনোবিজ্ঞানৰ বিভিন্ন শাখা==
14 নং শাৰী:
* [[অপৰাধ মনোবিজ্ঞান]]
* [[অস্বাভাৱিক মনোবিজ্ঞান]]
* [[অতি মনেবিজ্ঞানমনোবিজ্ঞান]]
*বিকাশাত্মক মনোবিজ্ঞান
== মনোবিজ্ঞানৰ ইতিহাস আৰু পাৰম্ভিক বিকাশ ==
১৯ শতিকাৰ আগলৈকে মন সম্পৰ্কীয় সকলোবোৰ অধ্যয়ন দৰ্শনৰ অন্তৰ্ভুক্ত আছিল। দাৰ্শনিকসকলে মানসিক আচাৰ-আচৰণ বা ক্ৰিয়া-কলাপ সম্পৰ্কে কেৱল অনুমানহে কৰিছিল। মন সম্পৰ্কে গ্ৰীক দাৰ্শনিক প্লেটোৱে পোনপ্ৰথমে ব্যাখাব্যাখ্যা দাঙি ধৰিছিল। তেওঁক মনক দেহৰ পৰা বিচ্ছিন্ন সত্তা হিচাপে গণ্য কৰিছিল। আধুনিক যুগত [[স্নায়ুবিজ্ঞান]] আৰু [[প্ৰাণীবিজ্ঞান]]ৰ বিকাশৰ লগে লগে মনোবিজ্ঞানৰো নৱ বিকাশ ঘটে আৰু আধুনিক বিজ্ঞানৰ এক অন্যতম শাখা হিচাপে মনোবিজ্ঞানৰ বিকাশ আৰম্ভ হয়। স্নায়ুবিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ মাজেতেই যে মনোবিজ্ঞানৰ প্ৰাথমিক ভিত্তি নিহিত হৈ আছে সেই কথা পোহৰলৈ আনে জাৰ্মান শৰীৰ বিজ্ঞানী যোহানছ পিটাৰ মূলাৰে। অৱশ্য মনোবিজ্ঞানক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আটাইতকৈ গুৰুত্ত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰটো কৰিছিল আন এজন জাৰ্মান বিজ্ঞানী হাৰমেন ভন হেল্মল্টজে। ব্ৰিটিছ পদাৰ্থবিজ্ঞানী টমাছ ইয়ঙৰ প্ৰস্তাৱিত ৰং সংক্ৰান্ত নীতিক লৈ গৱেষণা কৰি তেওঁ ইয়ং-হেল্মল্টজ সূত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সূত্ৰৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে তিনিটা বিভিন্ন ৰঙৰ (সেউজীয়া,নীলা আৰু ৰঙা) অনুভূতিৰ সৃষ্টি হয় মানুহৰ চকুৰ ৰেটিনাৰ লগত সংযুক্ত তিনি ধৰণৰ স্নায়ুৰ কৰ্ম-তৎপৰতাৰ ফলত। ইয়াৰ পিচতপিছ

পিছৰে পৰা আধুনিক মনোবিজ্ঞানে এটাৰ পাছত আন এটাকৈ আমাৰ মন সম্পৰ্কীয় ৰহস্যৰ্হস্য উদঘাটন কৰি ইয়াৰ জয় যাত্ৰা অব্যাহতঅব্যাহে। ৰাখিছ।
 
== মনোবিজ্ঞানৰ বিভিন্ন মতবাদ ==
Line 31 ⟶ 33:
* সংক্ষিপ্ত অসমীয়া বিশ্বকোষ ২য় খণ্ড, ২৯৬ পৃষ্ঠা
==তথ্য সংগ্ৰহ==
{{Reflist}}Psychology Today
 
[[শ্ৰেণী:মনোবিজ্ঞান]]