অশ্বত্থামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{Infobox character|series=[[Mahabharata]]|image=Ashwatthama uses Narayanastra.jpg|caption=Ashvatthama uses Brahmastra|family=[[Dronacharya]] (father)<br>[[Kripi]] (mother)<br>[[Kripacharya]] (maternal uncle)<br>[[Bharadwaja]] (grandfather)}}'''অশ্বত্থামা ([[সংস্কৃত]] বা [[হিন্দী]] : अश्वत्थामा, [[ইংৰাজী]] : Ashwatthama) :''' মহাভাৰতৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষে হৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিছিল। অশ্বথামাঅশ্বত্থামা আছিল গুৰু [[দ্ৰোণ]]ৰ পুত্ৰ।<ref>{{cite web|title=अश्वत्थामा कौन थे?|url=https://m-hindi.webdunia.com/article/religious-myths-articles/%25E0%25A4%2585%25E0%25A4%25B6%25E0%25A5%258D%25E0%25A4%25B5%25E0%25A4%25A4%25E0%25A5%258D%25E0%25A4%25A5%25E0%25A4%25BE%25E0%25A4%25AE%25E0%25A4%25BE-%25E0%25A4%2595%25E0%25A5%258C%25E0%25A4%25A8-%25E0%25A4%25A5%25E0%25A5%2587-107071100042_1.htm%3famp=1|website=Hindi.webdunia.com|accessdate=১ জুন ২০২০}}</ref> পৌৰাণিক কাহিনীত ইয়াৰ ক্ষেত্ৰত দুটা নাম পোৱা যায়। গুৰু দ্ৰোণৰ পুত্ৰ অশ্বথামাঅশ্বত্থামা আৰু আনটো বনৰ হাতী যাক মহাভাৰতৰ যুদ্ধত ভীমে হত্যা কৰে।
 
== জন্ম ==
অশ্বথামাৰঅশ্বত্থামাৰ পিতৃৰ নাম গুৰু দ্ৰোণ আৰু মাতৃৰ নাম আছিল কৃপী। জন্মৰ সময়ত অশ্বথামাঅশ্বত্থামা অশ্বৰ দৰে শব্দ কৰিছিল বাবে তেওঁৰ নাম অশ্বথামাঅশ্বত্থামা ৰখা হয়।<ref name="ashwa">{{cite web|title=अश्वत्थामा|url=https://m.bharatdiscovery.org/india/%E0%A4%85%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%AE%E0%A4%BE |website=Bharatdiscovery.org|accessdate=১ জুন ২০২০}}</ref>
 
== যুদ্ধ শিক্ষা ==
অশ্বথামাৰঅশ্বত্থামাৰ পিতৃ গুৰু দ্ৰোণ এজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণ হ’লেও তেওঁ ক্ষত্ৰিয়ৰ দৰেই যুদ্ধ বিদ্যাত পাৰদৰ্শী আছিল। গুৰু দ্ৰোণে তেওঁৰ পিতৃ ভৰদ্বাজ মুনিৰ পৰা যুদ্ধ বিদ্যা শিকে। পিতৃৰ সেই বিদ্যাৰে গুৰু দ্ৰোণে তেওঁৰ শিষ্যবিলাককো শিকাইছিল।<ref name="ashwa" />
 
== কুৰুক্ষেত্ৰ যুদ্ধ আৰু অশ্বথামাঅশ্বত্থামা ==
 
== অশ্বথামাৰঅশ্বত্থামাৰ শাস্তি ==
 
== লগতে চাওক ==