আমাৰ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{unreferenced}}
{{Infobox Newspaper
| name = আমাৰ সময়
| image = [[Image:Logo amarhomoi.png|225px|আমাৰ সময়]]
| caption =
| type = [[সাপ্তাহিক বাতৰিকাকত]]
| format = [[:en:Broadsheet|ডাঙৰ পৃষ্ঠা]]
| foundation = ৫ জানুৱাৰী,২০২০
| ceased publication =
| price =
| owners =
| publisher = অনুভৱ সাগৰ/সূৰ্যোদয় গোষ্ঠী
| editor =
| chiefeditor = জয়ন্ত হাজৰিকা
| assoceditor =
| staff =
| staff =
*প্ৰতিষ্ঠাপক সম্পাদক : অনুভৱ সাগৰ
*সহ সম্পাদিকা : ৰ’দ ৰাগিনী
*কাৰ্যবাহী সম্পাদক : পদুম মহন্ত
*সাহিত্য সম্পাদক : জিণ্টুমণি ডেকা
*সহ সাহিত্য সম্পাদিকা : বন্দিতাবন্দীতা মেধি
*প্ৰচাৰ সম্পাদক: বিকাশ বৰা
*বাতৰি বিভাগৰ সম্পাদক: বিকাশ শইকীয়া
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| political =
| circulation =
| headquarters = [[মাজুলী]], অসম
| sister newspapers =
| oclc =
| ISSN =
| website = http://amarxomoy.com
}}
 
'''আমাৰ সময়''' {{En|Amar xomoy}} হৈছে এখন [[অসমীয়া ভাষাৰভাষা]]ৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান মাজুলীৰ[[মাজুলী]]ৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। বাস্তৱ চিন্তা আৰু স্বতন্ত্ৰ কামেৰে ‘আমাৰ সময়’ কাকতখন প্ৰথম প্ৰকাশ পায়পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে। উল্লেখযোগ্য যে আমাৰ সময় কাকতখন মাজুলীৰ পৰা প্ৰকাশিত প্ৰথমখন সাপ্তাহিক কাকত।{{citation needed}}
 
==সমল==
সাপ্তাহিক আমাৰ সময় কাকতখনে অসমক কেন্দ্ৰ কৰি উত্তৰ পূবক সামৰি সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বাতৰি, আলোকচিত্ৰ আদি প্ৰকাশ কৰি আহিছে।
 
মুঠ ১৪পৃষ্ঠাজোৰা১৪ পৃষ্ঠাজোৰা আমাৰ সময় কাকতখনে বাতৰি আৰু ভিন্ন বিষয় বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যেকটো পৃষ্ঠা শ্ৰেণীকৰণ কৰিছে।
 
পৃষ্ঠাসমূহ সাধাৰণতে মুখ্য পৃষ্ঠা,খবৰ, প্ৰবন্ধ, সম্পাদকীয়, কাব্যবৃষ্টি (কবিতাৰ পৃষ্ঠা), ৰংঘৰ (শিশু উপযোগী বিশেষ লেখা), সানমিহলীসানমিহলি, আঞ্চলিক বাতৰি আদিৰ লগতে মাহটোৰ প্ৰতিটো সংখ্যাত এটি বিশেষ পৃষ্ঠা বিদ্যাদৰ্পনবিদ্যাদৰ্পণ (শিক্ষাৰ্থীৰ বাবে), নৱপ্ৰজন্মৰ সময় (মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে) আৰু খ্যাত-অখ্যাত জীৱনী, শিল্পবাৰ্তা (এক সাক্ষাৎকাৰ) আদি কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। এনেদৰে ‘আমাৰ সময়’ কাকতে সমাজ-সংস্কৃতি তথা জাতীয় ভাৱাদৰ্শৰে এক গতিশীল ধাৰা অব্যাহত ৰাখিছে।
 
==তথ্য  সংগ্ৰহ==
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
"https://as.wikipedia.org/wiki/আমাৰ_সময়"ৰ পৰা অনা হৈছে