পাণ্ডু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
14 নং শাৰী:
[[কুন্তীভোজ|কুন্তীভোজে]] কুন্তীৰ [[স্বয়ংবৰ]] আয়োজন কৰিলে। স্বয়ংবৰত কুন্তীয়ে [[হস্তিনাপুৰ]]ৰ ৰজা [[পাণ্ডু]]ক বৰণ কৰে। ইয়াৰ পাছত ৰাজ্য বঢ়োৱাৰ সংক্ৰান্তত পাণ্ডুৱে [[মদ্ৰ]]ৰ কুঁৱৰী [[মাদ্ৰী]]ক বিয়া কৰায়।
 
এদিন পাণ্ডুৱে অৰণ্যত চিকাৰ কৰি থাকোঁতে ভুলতে সংগমত লিপ্ত মৃগয়াৰূপী ঋষি কিন্দম আৰু তেওঁৰ পত্নীক কাঁড় মাৰি হত্যা কৰে। মৃত্যুৰ আগে আগে ঋষিয়ে ৰজাক অভিশাপ দিয়ে যে ৰজাই যেতিয়াই সংগম কৰিকৰিব তেতিয়াই তেওঁৰ মৃত্যু হ'ব। ইয়াৰ পাছত পাণ্ডুৱে ৰাজ্য পৰিত্যাগ কৰি দুইগৰাকী পত্নীৰে সৈতে বনবাসলৈ প্ৰস্থান কৰে।
 
কেইজনমান মুনিয়ে পাণ্ডুক কয় যে সন্তানহীন হৈ থাকিলে তেওঁ স্বৰ্গ লাভ কৰিব নোৱাৰিব। এই কথা পাণ্ডুৱে কুন্তীক জনাই কোনো সুপুৰুষৰ পৰা সন্তান লাভ কৰিবলৈ তেওঁক পৰামৰ্শ দিয়ে। কুন্তীয়ে তেতিয়া দুৰ্বাসাৰ পৰা পোৱা মন্ত্ৰ খটুৱাই তিনিজন পুত্ৰৰ মাতৃ হয়— [[যম]] দেৱতাৰ পৰা [[যুধিষ্ঠিৰ]], [[বায়ু]]ৰ পৰা [[ভীম]] আৰু [[ইন্দ্ৰ]]ৰ পৰা [[অৰ্জুন]]।<ref>Edward Delavan Perry, {{cite book|jstor=592191|title=Indra in the Rig-Veda|publisher=Journal of the American Oriental Society vol. 11.1885|page=121}}</ref> কুন্তীয়ে মাদ্ৰীকো সেই মন্ত্ৰ শিকাই দিয়াত মাদ্ৰীয়ে [[অশ্বিন]] দেৱতা দুজনৰ পৰা [[নকুল]] আৰু [[সহদেৱ]] নামৰ যঁজা পুত্ৰদ্বয় লাভ কৰে।<ref name="pandu1" />
 
এদিন পাণ্ডুৱে হিতাহিত জ্ঞান দেৰুৱাই মাদ্ৰীৰ লগত সংগম কৰিব খোজাতখোজোঁতে তেওঁৰ মৃত্যু হয়। ৰজাৰ মৃত্যুৰ কাৰণ হোৱা বুলি মাদ্ৰী [[সতী প্ৰথা|সতী]] হৈ প্ৰাণ ত্যাগ কৰে। ইয়াৰ পাছত কুন্তীয়ে পাঁচোজন পুত্ৰক লৈ হস্তিনাপুৰ যায়গৈ।
 
== বংশলতা ==
"https://as.wikipedia.org/wiki/পাণ্ডু"ৰ পৰা অনা হৈছে