উপপাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
5 নং শাৰী:
*''if''(যদি)ৰে আৰম্ভ হোৱা ''if part'' আৰু
*''then''(গতিকে/তেন্তে)ৰে আৰম্ভ হোৱা ''then part'' ।
প্ৰথম অংশটোত প্ৰদত্ত চৰ্তটো উল্লেখ থাকে বা ই ইতিমধ্যে পূৰ্বানুমান ভিত্তিত প্ৰতিস্থিত। দ্বিতীয় অংশটো প্ৰমাণ কৰিব লগা অংশ বা অজ্ঞাত অংশ। ইয়াক মন্তব্য বা সিদ্ধান্ত গ্ৰহণ কৰিব লগা (Conclusion part) বুলিও কোৱা হয়।
==প্ৰমাণৰ বিভিন্ন অংশ==
যিকোনো এটা উপপাদ্যৰে বিধিসন্মত প্ৰমাণৰ ৬টা অংশ থাকে-
#উপপাদ্যটোৰ উক্তি
#চিত্ৰ(Figure)
#পূৰ্বানুমান(Hypothesis)
#মন্তব্য/সিদ্ধান্ত গ্ৰহণ
#অংকন
#সু-শৃংখলীত প্ৰমাণ
==তথ্যসূূত্ৰ==
 
"https://as.wikipedia.org/wiki/উপপাদ্য"ৰ পৰা অনা হৈছে