সমান্তৰাল চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
18 নং শাৰী:
মনি কৌলৰ চিনেমা Uski Roti (1971), Ashadh Ka Ek Din (1972), Duvidha (1974) সেইসময়ত ব্যপকভাৱে প্ৰশংসিত হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো নাম বুটলিবলৈ সক্ষম হৈছিল। ঋত্বিক ঘটকৰ এজন ছাত্ৰ কুমাৰ ছাহানীৰ "মায়া দৰ্পন" (১৯৭২) নামৰ চলচ্চিত্ৰখন ভাৰতীয় কলা ছবিৰ এক উল্লেখযোগ্য নাম। এই সময়ৰ এই সমান্তৰাল চলচ্চিত্ৰসমূহে [[:en:Shabana Azmi|শ্বাবান আজমী]], [[:en:Smita Patil|স্মিতা পাটিল]], [[:en:Amol Palekar|আমুল পালেকাৰ]], [[:en:Om Puri|ঔম পুৰী]], [[নাছিৰুদ্দিন শ্বাহ]], [[:en:Kulbhushan Kharbanda|কুলভূষণ খাৰবান্দা]], [[:en:Pankaj Kapoor|পংকজ কাপুৰ]], Deepti Naval, Farooq Shaikh ৰ নিচিনা অভিনেতা সকলৰ উত্থানত সহায় কৰিছিল। হেমামালিনী , ৰাখী ,ৰেখাৰ নিচিনা বাণিজ্যিক ছবিৰ অভিনেতা-অভিনেত্ৰীসকলো এই কলা ছবিসমূহত অভিনয় কৰিবলৈ আকৰ্ষিত হৈছিল।
==তথ্যসূত্ৰ==
 
[[শ্ৰেণী:চলচ্চিত্ৰ]]