কাশ্মীৰি শইকীয়া বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
43 নং শাৰী:
'''কাশ্মীৰি শইকীয়া বৰুৱা''' ({{lang-en|Kashmiri Saikia Baruah}}) এগৰাকী [[অসমীয়া চলচ্চিত্ৰ]]ৰ অভিনেত্ৰী। [[অসম]]ৰ [[মঙলদৈ]]ত তেওঁৰ জন্ম হৈছিল। মংলদৈত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত ১৯৮১ চনত [[কটন কলেজ]]ৰ পৰা স্নাতক উপাধি লাভ কৰে। চলচ্চিত্ৰৰ উপৰিও তেখেতে ভালেমান দিন [[ডী ডী অসম|গুৱাহাটী দূৰদৰ্শন]] কেন্দ্ৰত বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল। তেওঁ দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানত আঁতধৰোঁতাৰ (anchor) কামো কৰিছে।<ref>{{Cite book|url=https://books.google.com/books?id=SLkABAAAQBAJ|title=Encyclopedia of Indian Cinema|last=Rajadhyaksha|first=Ashish|last2=Willemen|first2=Paul|date=2014-07-10|publisher=Routledge|isbn=9781135943189|language=en}}</ref>
==শিক্ষা আৰু কৰ্মজীৱন==
গৃহনগৰ [[মঙ্গলদৈ]]তে তেওঁৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল। ১৯৮১ চনত তেওঁ [[গুৱাহাটী]]ৰ [[কটন কলেজ]]ৰ স্নাতক ডিগ্ৰী লয়।<ref>{{Cite web|url=http://www.artistebooking.co.in/Kashmiri-Saikia-Baruah-Actors_Celebrities|title=Kashmiri Saikia Baruah Actors Celebrities official contact website for booking/artistebooking.com|website=www.artistebooking.co.in|access-date=2016-04-30}}</ref> তেওঁ [[অৰণ্য (চলচ্চিত্ৰ)|অৰণ্য]] (১৯৭১) ছবিৰ ''এই পূৰ্ণিমা ৰাতি'' শীৰ্ষক এটা বিখ্যাত গীতৰ দৃশ্যত এজনী নৃত্যশিল্পী হিচাপে প্ৰথম ভুমুকি মাৰে। মূল নাৰী চৰিত্ৰত অভিনয় কৰা তেওঁৰ প্ৰথম চিনেমা [[সমৰেন্দ্ৰ নাৰায়ণ দেৱ ]] পৰিচালিত [[পুতলা ঘৰ]] (১৯৭৬) মুক্তি পাওঁতে তেওঁ এজনী স্কুলীয়া ছাত্ৰী। এবছৰ পিছত ভাৰতীয়া পেনোৰামত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি [[ভবেন্দ্ৰ নাথ শইকীয়া]] পৰিচালিত [[সন্ধ্যাৰাগ (চলচ্চিত্ৰ)|সন্ধ্যাৰাগ]]ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। '৮০ৰ দশকটো তেওঁৰ অভিনয় জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। এই সময়চোৱাতে তেওঁ '[[অগ্নিস্নান]]' (১৯৮৫), '[[ময়ুৰী]]' (১৯৮৬), '[[এণ্টনী মোৰ নাম (চলচ্চিত্ৰ)|এণ্টনী মোৰ নাম]]' (১৯৮৬), '[[এই দেশ মোৰ দেশ]]' (১৯৮৬) আৰু পিছলৈ '[[সাগৰলৈ বহুদূৰ]]'ত (১৯৯৫) অভিনয় কৰে। <ref name="arun">{{cite book | title=১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত | publisher=Shashi Shisu Prakashan, Guwahati | author=Das Arunlochan | year=2013 | pages=}}</ref>
[[সমৰেন্দ্ৰ নাৰায়ণ দেৱ ]] পৰিচালিত [[পুতলা ঘৰ]] (১৯৭৬) মুক্তি পাওঁতে তেওঁ এজনী স্কুলীয়া ছাত্ৰী। এবছৰ পিছত ভাৰতীয়া পেনোৰামত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি [[ভবেন্দ্ৰ নাথ শইকীয়া]] পৰিচালিত [[সন্ধ্যাৰাগ (চলচ্চিত্ৰ)|সন্ধ্যাৰাগ]]ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। '৮০ৰ দশকটো তেওঁৰ অভিনয় জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। এই সময়চোৱাতে তেওঁ '[[অগ্নিস্নান]]' (১৯৮৫), '[[ময়ুৰী]]' (১৯৮৬), '[[এন্টনী মোৰ নাম]]' (১৯৮৬), '[[এই দেশ মোৰ দেশ]]' (১৯৮৬) আৰু পিছলৈ '[[সাগৰলৈ বহুদূৰ]]'ত (১৯৯৫) অভিনয় কৰে। <ref name="arun">{{cite book | title=১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত | publisher=Shashi Shisu Prakashan, Guwahati | author=Das Arunlochan | year=2013 | pages=}}</ref>
 
'৯০ৰ দশকত তেওঁ গুৱাহাটী [[দূৰদৰ্শন (চেনেল)|দূৰদৰ্শন]]ৰ বাতৰি পঢ়ুৱৈ হিচাপে জড়িত হৈ পৰিছিল। তেওঁক [[দূৰদৰ্শন]]ৰ বহুতো কাৰ্যসূচী বা টকশ্বোতোটকশ্ব'তো আঁতধৰোঁতা বা অংশগ্ৰহণকাৰী হিচাপে দেখা গৈছে।
 
==অভিনীত চলচ্চিত্ৰ==