বুঢ়া চাপৰি অভয়াৰণ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎তথ্যসূত্ৰ: তথ্যসুত্ৰ→তথ্যসূত্ৰ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
31 নং শাৰী:
| url =
}}
'''বুঢ়া চাপৰি অভয়াৰণ্য''' ({{lang-en|Bura Chapori Wildlife Sanctuary }}) [[অসম]]ৰ [[শোণিতপুৰ]] জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত৷অন্তৰ্ভুক্ত।
==ভৌগোলিক বিৱৰণ==
এই বন্যপ্ৰাণী অভয়াৰণ্য [[ব্ৰহ্মপুত্ৰ]]নদীৰ উত্তৰ পাৰে [[শোণিতপুৰ]] জিলাত অৱস্থিত৷অৱস্থিত। [[তেজপুৰ]] চহৰ আৰু [[গুৱাহাটী]]ৰ পৰা এই বনাঞ্চলৰ দুৰত্ব ক্ৰমে ৪০ কিমি আৰু ১৮১ কিমি৷কিমি। এই বনাঞ্চলৰ মাটিকালি প্ৰায় ৪৪.০৬ বৰ্গ কিলোমিটাৰ<ref>http://www.naturesafariindia.com/wildlife_parks_sanctuary/bura_chapori_sanctuary.html</ref> ইয়াত প্ৰধানকৈ ঘাঁহনি আৰু জলাহভূমি তথা অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়৷যায়।<ref>http://www.assaminfo.com/tourist-places/18/burachapori-wildlife-sanctuary.htm</ref>
==ইতিহাস==
ইয়াক ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়৷হয়।<ref>{{cite web|author=Wahid Saleh |url=http://www.indiawijzer.nl/index.htm?deeplink=/tourism_travelling_to_india/northeasternindia/assam/wildlife_sanctuaries/bura_chapori.htm |title=Indiawijzer |publisher=Indiawijzer.nl |date= |accessdate=2013-06-02}}</ref>
==জৈৱবৈচিত্ৰ্য==
বুঢ়া-চাপৰি বনাঞ্চৰ জৈৱবৈচিত্ৰজৈৱবৈচিত্ৰ্য খুবেই চহকী৷চহকী। বিশেষকৈ ইয়াক [[উলূম’ৰা]]ৰ বাবে অতি উপযোগী বনাঞ্চল বুলি গণ্য কৰা হয়৷হয়। অন্যান্য প্ৰাণী তথা চৰাই চিৰিকটি সমূহ হ’ল-
; স্তন্যপায়ী প্ৰাণী:
[[এশিঙীয়া গঁড়]], [[বনৰীয়া ম’হ]], [[অসমীয়া বান্দৰ]], [[দল-হৰিণা]], [[নাহৰফুটুকী বাঘ]], [[বন-ৰৌ]], [[শিয়াল]], [[শৰপহু]], [[সুগৰী পহু]], [[সেন্দুৰীসেন্দূৰী বান্দৰ]], [[হলৌ বান্দৰ]], [[বাদুলি]], [[মলুৱা বান্দৰ]], [[লাজুকী বান্দৰ]], [[ছাগলী পহু]], [[বনৰীয়া মেকুৰী]], [[হাতী]] ইত্যাদি<ref>http://assamforest.in/NP_Sanctuaries/wls_Burachapori.php</ref>
; চৰাই-চিৰিকটি:
[[আমৰ’লীয়া হাঁহ]], [[ মাছোৰোকা]] , [[মৌপিয়া]], [[লক্ষীলক্ষ্মী ফেঁচা]], [[লৰীয়তী]], [[শামুকভঙা]], [[শেন]], [[শৰালি হাঁহ]], [[দেওৰাজ হাঁহ]], [[নীলকন্ঠনীলকণ্ঠ]], [[পাকৈঢোৰা]], [[ফেঁচু]], [[পাটিশগুণ]], [[পানী কাউৰী]], [[বতা চৰাই]], [[বনকুকুৰা]], [[বনচিৰিকা]], [[বামুণ বগলী]], [[বামুণী হাঁহ]], [[খন্তীয়া হাঁহ]], [[গলমণিকা]], [[সখিয়তী]], [[সাতভনী]], [[বৰ বগ]], [[বৰটোকোলা]], [[সোণ বাঢ়ৈটোকা]],[[সৰুমূগী হাঁহ]], [[হয়কলি]], [[হাইঠা]], [[হাড়গিলা]], [[ঘিলা হাঁহ]], [[চাকৈ-চকোৱা]], [[ৰাজ ভাটৌ]], [[ৰামপৰা]], [[কলীমূৰী হাঁহ]], [[কাও ধনেশ]], [[কাকলি হাঁহ]], [[কামচৰাই]], [[কুটুম চৰাই]]<ref>{{cite web|url=http://www.naturesafariindia.com/wildlife_parks_sanctuary/bura_chapori_sanctuary.html |title=Bura Chapori Wildlife Sanctuary, Wildlife Sanctuary Assam, Bura Chapori Wildlife Reserve, Wildlife Conservation Bura Chapori Assam, Wildlife Parks Bura Chapori, Bura Chapori Wildlife National Park |publisher=Naturesafariindia.com |date= |accessdate=2013-06-02}}</ref>
 
==তথ্যসূত্ৰ==