বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
77 নং শাৰী:
 
==ইতিহাস==
অবিভক্ত [[কামৰূপ জিলা]]ৰ বিভাজন ঘটি ১৯৮৩ চনত বৰপেটা জিলাখনৰৰ গঠন কৰা হৈছিল।<ref name='Statoids'>{{cite web | url = http://www.statoids.com/yin.html | title = Districts of India | accessdate = 2011-10-11 | last = Law | first = Gwillim | date = 2011-09-25 | work = Statoids}}</ref> ব্ৰিটিছৰ সময়ত ১৮৪১ চনত অসামৰিক মহ্কুমামহকুমা সৃষ্টি হৈছিল, জ’ন্‌ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পুৰ্বৰপূৰ্বৰ মহকুমাটো। বৰ্তমানৰ জিলাখনৰ দুখন মহকুমা হৈছে [[বৰপেটা]] আৰু [[বজালী]]। ১ জুন, ২০০৪ চনত নতুনকৈ গঠন হোৱা [[বাক্সা জিলা]]ত কেইবাটাও অঞ্চল হেৰুৱাব লগীয়া হয়।<ref name='Statoids'/>
 
==ভৌগোলিক অৱস্থিতি আৰু ভূখণ্ড==
নামনি অসমৰ এই জিলাখনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ।<ref name='Reference Annual'>{{cite book | last1 = Srivastava, Dayawanti et al. (ed.) | title = India 2010: A Reference Annual | chapter = States and Union Territories: Assam: Government | edition = 54th | publisher = Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), [[Government of India]] | year = 2010 | location = New Delhi, India | pages = 1116 | isbn = 978-81-230-1617-7}}<!--| accessdate =11 October 2011 --></ref> বৰপেটা জিলাৰ উত্তৰে ভূটান পাহাৰ, পূবে [[নলবাৰী জিলা]],দক্ষিণে [[কামৰূপ জিলা|কামৰূপ]] আৰু [[গোৱালপাৰা জিলা|গোৱালপাৰা]], পশ্চিমে [[বঙাইগাঁও জিলা]]। বৰপেটা জিলাৰ অবস্থিতিঅৱস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।
 
সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোণত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল [[ব্ৰহ্মপুত্ৰ নদী]] বৈ গৈছে।