লালবাহাদুৰ শাস্ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
→‎শিক্ষা জীৱন: সমপ্ৰয্যায়ৰ→সমপৰ্যায়ৰ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
39 নং শাৰী:
 
==শিক্ষা জীৱন==
মোগলচৰাইৰ পৰা প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ বাৰাণসীৰ হৰিশচন্দ্ৰ বিদ্যালয়ত ভৰ্তি হয়। পঢ়া-শুনাত তেওঁৰ অত্যন্ত ধাউতি আছিল, ইংৰাজী বিষয় তেওঁৰ অতি প্ৰিয় আছিল আৰু সেই অনুপাতে ফলাফলো ভাল হৈছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত হাইস্কুলীয়া ছাত্ৰ লালবাহাদুৰ শাস্ত্ৰী স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিল। বৃটিছ কাৰাগাৰত আবদ্ধ হৈ থাকিথাকিল আঢ়ৈ বছৰ কাল। জেলৰ পৰা ওলাই তেওঁ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান কাশী বিদ্যাপীঠত ভৰ্তি হল।হ’ল। ইয়াতে তেওঁ শিক্ষক হিচাপে পাইছিল-- দাৰ্শনিক ভগৱান দাস, আচাৰ্য জে.বি. কৃপালানী, পণ্ডিত সম্পূৰ্ণানন্দ আৰু শ্ৰীপ্ৰকাশক। এই কাশী বিদ্যাপীঠৰ পৰাই তেওঁ শাস্ত্ৰী উপাধি লাভ কৰে। বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ দৰেই [[কাশী]] বিদ্যাপীঠৰ শাস্ত্ৰী ডিগ্ৰীও আছিল সমপ্ৰয্যায়ৰ।সমপৰ্যায়ৰ।<ref name="লালবাহাদুৰ শাস্ত্ৰী"/>
 
==সংগ্ৰামী জীৱন==