ইংৰাজী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
→‎ইংৰাজী ভাষা: ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
17 নং শাৰী:
|mapcaption =<center><small>ইংৰাজী যিবোৰ দেশত বা অঙ্গৰাজ্যত ৰাষ্ট্ৰভাষা হিছাপে প্ৰচলিত সেইবোৰ গাঢ় নীলা ৰঙেৰে চিহ্নিত আনহাতে যিবোৰ দেশত বা অঙ্গৰাজ্যত ইংৰাজী ৰাষ্ট্ৰভাষা সত্ত্বেও প্ৰধানত কথিত ভাষা নহয়, সেইবোৰ পাতল নীলা ৰঙেৰে চিহ্নিত</center></small>}}
 
'''ইংৰাজী''' (English, ইংলিছ) [[ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল|ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰপৰিয়াল]] জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ অ্যাংগল্‌স, স্যাক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল।
<!--
এই গোত্ৰবোৰ ৪৫০ খৃষ্টাব্দৰ সময়ত ব্ৰিটিছ দ্বীপপুঞ্জৰ দক্ষিণ আৰু পূৱ উপকূলত পা ৰাখে এবং সেখানকাৰ [[কেল্টীয় ভাষাসমূহ|কেল্টীয় ভাষাভাষী]] আদিবাসীদেৰ উত্তৰে ও পশ্চিমে [[স্কটল্যাণ্ড]], [[কৰ্নওয়াল]], [[ওয়েল্‌স]] ও [[আয়াৰল্যাণ্ড|আয়াৰল্যাণ্ডে]] হটিয়ে দেয়। এই হানাদাৰ জাৰ্মানীয় গোত্ৰগুলিৰ মুখেৰ ভাষাই [[প্ৰাচীন ইংৰেজি|প্ৰাচীন ইংৰেজিৰ]] ভিত্তি গড়ে দিয়েছিল। ৬০০ খ্ৰিষ্টাব্দে দক্ষিণ জাৰ্মানিতে প্ৰচলিত উচ্চ জাৰ্মান উপভাষাগুলিতে দ্বিতীয় বাৰেৰ মত ব্যঞ্জনধ্বনি সৰণ (Second Consonantal Sound Shift) ঘটে। কিন্তু উত্তৰ জাৰ্মানিতে প্ৰচলিত নিম্ন জাৰ্মান উপভাষাগুলিতে ও [[ওলন্দাজ ভাষা|ওলন্দাজ ভাষায়]] দ্বিতীয়বাৰেৰ মত ব্যঞ্জনধ্বনি সৰণ ঘটেনি (এদেৰ সাথেই ইংৰেজিৰ সবচেয়ে বেশি মিল দেখা যায়); এদেৰ মত ইংৰেজিতেও দ্বিতীয় ধ্বনি সৰণ ঘটেনি। পৰবৰ্তীতে ৮ম ও ৯ম শতকে [[নৰওয়ে|নৰওয়েজীয়]] [[ভাইকিং]] হানাদাৰদেৰ [[প্ৰাচীন নৰ্স ভাষা|প্ৰাচীন নৰ্স ভাষাও]] প্ৰাচীন ইংৰেজিকে গভীৰভাবে প্ৰভাবিত কৰে।
24 নং শাৰী:
-->
 
১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ (Great Vowel Shift) সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। [[উইলিয়াম শ্বেক্সপিয়েৰ]]ৰ ৰচনাসহ আধুনিক [[ইংৰাজী সাহিত্য]]ৰ প্ৰায়বোৰেই এই আধুনিক ইংৰাজী ভাষাত লিখা। [[এথ্‌নোলগএথ্‌ন'লগ]] অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি। মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান [[ম্যাণ্ডাৰিনমেণ্ডাৰিন]], [[হিন্দী]] আৰু [[স্পেনীয় ভাষা|স্পেনিছ ভাষাৰ]] পিছতেই। প্ৰথমে [[ইংলেণ্ড]] আৰু পিছত [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা যুক্তৰাষ্ট্ৰৰ]] ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বিশ্বৰ অন্য যিকোনো ভাষাতকৈ ইংৰাজীয়েই বেছি বিস্তাৰ লাভ কৰিছে। ইংৰাজী প্ৰায় ৫২খন দেশৰ জাতীয় বা চৰকাৰী ভাষা।
 
বিশ্বৰ [[ইণ্টাৰনেট]] ব্যৱহাৰকাৰী জনসংখ্যাৰ ৩৫ শতাংশই ইংৰাজীভাষী। আধুনিক যোগাযোগ আৰু বিভিন্ন পেছাত ইংৰাজীৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এইটো বৰ্তমানৰ বিশ্বৰ সবাতোকৈ বেছি অধীকৃত [[দ্বিতীয় ভাষা]]। সংস্কৃতি আৰু প্ৰযুক্তিৰ নতুন নতুন আন্তৰ্জাতিক পৰিভাষাৰ অধিকাংশই ইংৰাজী পৰা আহিছে।
 
{{-}}
 
== তথ্য সংগ্ৰহ ==
গ্ৰন্থপঞ্জীত নিৰ্দেশিত গ্ৰন্থাৱলী