১৫ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:317:45E3:B3DB:8D5E:A10:CD15 (আলোচনা)-ই কৰা 238445 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Undo ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
3 নং শাৰী:
 
 
* আজি শ্বহীদ [[কুশল কোঁৱৰ]]ৰ স্মতি দিৱস ৷দিৱস। ১৯৪৩ চনৰ ১৫ জুনত কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিলহৈছিল।
* [[ঔৰংগজেৱ]]ৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।
* আজিৰ দিনটোত [[কলকাতা]]ৰ প্ৰসিদ্ধ [[প্ৰেছিডেন্সী কলেজ]] প্ৰতিষ্ঠা হয়।
* বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা [[বেঞ্জামিন ফ্ৰেংকলিন]] -এ প্ৰমাণ কৰিছিল ১৭৫২ চনৰ আজিৰ দিনটোতেদিনটোতে।
* ১২১৫ চনৰ আজিৰ দিনটোত [[ইংলেণ্ড]]ৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
* ১৯১৬ চনৰ আজিৰ দিনটোত মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ [[হাৰ্বাট আলেকজেণ্ডাৰ ছিমন]]ৰ জন্ম হয়। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
 
 
"https://as.wikipedia.org/wiki/১৫_জুন"ৰ পৰা অনা হৈছে