সৰ্বভাৰতীয় কৃষক সভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
দিব্য দত্ত (আলোচনা | বৰঙণি) |
||
13 নং শাৰী:
| isbn = 978-81-250-2596-2
| pages = 523 (at p 407)
}}</ref> ইয়াৰ উপৰিও দলটোত ৰাঙ্গা, নাম্বুদিৰিপাদ, কাৰ্যনন্দ শৰ্মা, যমুনা কাৰ্যে, যদুনন্দন শৰ্মা,ৰাহুল সাংকৃত্যায়ন, পি সুন্দৰায্য, ৰাম মনোহৰ লোহিয়া, জয়প্ৰকাশ নাৰায়ণ, আচাৰ্য নৰেন্দ্ৰ দেব আৰু বঙ্কিম মুখাৰ্জীৰ দৰে নেতাসকলেও যোগদান কৰিছিল। ১৯৩৬ চনৰ আগষ্টত প্ৰকাশিত কৃষক সভাৰ ইস্তেহাৰত জমিদাৰী ব্যৱস্থা বিলুপ্তকৰণ আৰু গ্ৰামীণ ঋণ বাতিলৰ দাবী তোলা হয়। ১৯৩৭ চনৰ অক্তোবৰত দলটোৱে ৰঙা পতাকাক তেওঁলোকৰ দলীয় পতাকা হিচাবে গ্ৰহণ কৰে।<ref name=ma>''Mahatma Gandhi'', by Sankar Ghose. Published by Allied Publishers, 1991. {{ISBN|81-7023-205-8}}. ''Page 262''.</ref> তথাপিও কিছু দিনৰ পাছতেই দলৰ নেতাসকলৰ লগত কংগ্ৰেছৰ দূৰত্ব বাঢ়িবলৈ আৰম্ভ কৰে আৰু বিহাৰ তথা যুক্ত প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ লগত তেওঁলোকে বাৰে বাৰে দ্বন্দ্বৰ সম্মুখীন হয়।<ref name=ma/><ref name=sta/>
১৯৩৬ চনতে বাংলাত বঙ্গীয় প্ৰাদেশিক কৃষক সভা গঠন কৰা হয়। মূলতঃ এ.কে ফজলুল হকে ইয়াৰ কৃষক প্ৰজা পাৰ্টিৰ কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবেই সংগঠনটো গঢ়ি তোলা হয়। কৃষক সভাৰ প্ৰথম বঙ্গীয় প্ৰাদেশিক কৃষক সম্মিলন ১৯৩৬ চনৰ ১৬-১৭ আগষ্টত অনুষ্ঠিত হয়। এই দলৰ মূল কৰ্মীসকল আছিল আইন অমান্য, আন্দোলন তথা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কাৰণে গ্ৰেপ্তাৰবৰণ কৰা প্ৰাক্তন দণ্ডিত অপৰাধী তথা আটকাধীন ব্যক্তিবৰ্গ। তথাপিও তেওঁলোকে সাধাৰণ কৃষকসকলৰ মাজত অধিকাৰবোধ জাগ্ৰত কৰি তোলাত সক্ষম হয়। ইয়াৰোপৰি, ১৯৪০ চনত বাংলাত আলোড়ন সৃষ্টিকাৰী নানকাৰ, টঙ্ক, তেভাগা প্ৰভৃতি স্থানীয় আন্দোলনসমূহো এই সংস্থাৰ কৰ্মীসকলৰ দ্বাৰাই পৰিকল্পিত আৰু পৰিচালিত হৈছিল।<ref>{{cite web|url=http://bn.banglapedia.org/index.php?title=%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%BF%E0%A6%95_%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%95_%E0%A6%B8%E0%A6%AD%E0%A6%BE|title=বঙ্গীয়
পৰবৰ্তী বছৰসমূহত, সংগঠনটোত ক্ৰমবৰ্ধমানভাবে সমাজতান্ত্ৰিক আৰু কমিউনিষ্টৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰে। ১৯৩৮ চনৰ ফালে নেতাজী সুভাষ চন্দ্ৰ বসুৰ সভাপতিত্বত কংগ্ৰেছৰ হৰিপুৰা অধিবেশনতত এই দ্বন্দ্বই বিৰাত আকাৰ ধাৰণ কৰিছিল।<ref name=ma/> ইয়াৰ পাছত ১৯৪২ চনৰ মে মাহত ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (যিয়ে পৰবৰ্তী সময়ত ১৯৪২ চনৰ জুলাই মাহত চৰকাৰী অনুমোদন লাভ কৰে
১৯৬৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি দুই ভাগত বিভক্ত হৈ পৰে। ফলত, সৰ্বভাৰতীয় কৃষক সভাও দুটা অংশত বিভাজিত হৈ যায় আৰু এই দুই অংশই কমিউনিষ্ট পাৰ্টিৰ দুই অংশৰ লগত যোগ দিয়ে।
==বৰ্তমান সংস্থা==
|