সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

109 নং শাৰী:
 
ৰাম অৱতাৰে ৰাৱণ বধে ,সেই তৰকাৰি ঘৰে ঘৰে (বাঁহ গছ )
 
৫২. এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে । (ঢেঁকী)
 
৫৩. এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা । (নাও)
 
৫৪. এক মাতৃৰ গৰ্ভত বহু পুত্ৰৰ স্হান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্রাণ । (জুইশলা)
 
৫৫. কেঁচাতে লুথুপথুপ পকিলে টান, দিকচৌ দূৰলৈ তোক লৈ যাম । (পকী বাট)
"https://as.wikipedia.org/wiki/সাঁথৰ"ৰ পৰা অনা হৈছে