মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Because I am an Assamese
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
5 নং শাৰী:
| caption =
| birth_name =
| birth_date = ১৪৮৯ চনচনত
| birth_place = [[নাৰায়ণপুৰ]], [[লখিমপুৰ জিলা|লক্ষীমপুৰ্]], [[অসম]]
| death_date = ১৫৯৬ চনচনত
| death_place = [[কোচবিহাৰ]]
| nationality =
15 নং শাৰী:
| occupation =
}}
'''মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ''' (১৪৮৯-১৫৯৬) [[অসম]]ৰ মহাপুৰুষীয়া ধৰ্ম বা [[এক শৰণ নাম ধৰ্ম]] প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ অন্যতম প্ৰধান শিষ্য আছিল<ref name="assaminfo1">{{cite web|url=http://www.assaminfo.com/famous-people/52/mahapurush-srimanta-madhabdeva.htm |title=Mahapurush Srimanta Madhabdeva &#124; Srimanta Madhabdeva &#124; Mahapurush Madhabdeva &#124; Madhabdeva &#124; Sri Sri Madhabdeva &#124; History of Madhabdeva |publisher=Assaminfo.com |date= |accessdate=2013-03-16}}</ref>। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি<ref name="assaminfo1"/>।
 
==পূৰ্বপুৰুষ আৰু জন্ম==
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে