যোৰহাট চিকিৎসা মহাবিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
29 নং শাৰী:
 
== ইতিহাস ==
[[File:Jorhat Medical College.jpg|thumb|right|যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগবিভাগৰ সন্মুখ ভাগৰ দৃশ্য]]
অসমত চতুৰ্থখন চিকিৎসা মহাবিদ্যালয় হিচাপে তেতিয়াৰ প্ৰধানমন্ত্ৰী [[মনমোহন সিং|ড॰ মনমোহন সিঙে]] ২০০৮ চনৰ ২৫ আগষ্টত আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে প্ৰাক্তন মুখ্য মন্ত্ৰী [[তৰুণ গগৈ]]য়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰে<ref name="JMCH" />।