১৫ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
9 নং শাৰী:
==ঘটনাৰাজী==
# যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে নেৰ'গজ ৰেলসেৱাৰ অধীনত ১৮৮৪ চনৰ আজিৰ দিনটোৰে পৰা পৰা মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়।
# নাট্যকাৰ - আভিনেতা [[দুৰ্গেশ্বৰ বৰঠাকুৰ]]ৰ জন্ম হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে।
# ১০২৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহণ কৰে।
# ফৰাচী পদাৰ্থবিদ, তেজস্ক্ৰিয়তেজষ্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক [[এণ্টোইন হেনৰী বেকাৰেল]]ৰ জন্ম হয় ১৮৫২ চনৰ আজিৰ দিনটোতে।
# ১৮৬০ চনৰ আজিৰ দিনটোতে চিকিৎসা-বিজ্ঞানত ফটো থেৰাপীৰ আৱিষ্কাৰক [[নীলছ ৰাইচবাৰ্গ]]ৰ জন্ম হয়। ১৯০৩ চনৰ আজিৰ দিনটো তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
# পৃথিৱীৰ ১১৭খন দেশৰ[ [[গেট চুক্তি]]ত (GATT- General Agreement of Tarriffs and Trade) স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান কৰে ১৯৯৩ চনৰ আজিৰ দিনটোতে।
 
== বাহ্যিক সংযোগ ==