গ্ৰহাণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
2 নং শাৰী:
{{পোখালি}}
 
'''গ্ৰহাণু''' হৈছে [[সূৰ্য]]ৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি ৷সমষ্টি। সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্হানঅৱস্থান মঙল আৰু বৃহস্পতিৰ মাজত ৷মাজত। এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে ৷গৈছে। ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ ৷কিলোমিটাৰ। আন কেইটামান গ্ৰহানু হ'ল: আটেনছ, এপ'লোছ,এম'ৰ্ছ, ফ্ল'ৰা, থেমিছ আদিআদি।
 
[[চিত্ৰ:(253) mathilde crop.jpg|thumb|250px|right|[[253 Mathilde]], এটি [[সি-টাইপ গ্ৰহাণু]]]]
==পৃথিৱীৰ সৈতে সংঘৰ্ষ==
 
বিজ্ঞানীসকলে ধাৰণা কৰা মতে প্ৰায় পয়ষষ্ঠি নিযুত বছৰ আগতে [[মেক্সিকো]]ৰ উপকূলীয় অঞ্চলত আনুমানিক ১৪.৫ কিঃমিঃ ব্যাসাৰ্ধৰ এটি গ্ৰহাণুৱে প্ৰচণ্ড বেগেৰে খুন্দা মাৰিছিল৷ফলতমাৰিছিল। ফলত বিশাল পৰিমাণৰ ধোঁৱা-ছাইয়ে আকাশ ছানি ধৰাৰ ফলত তাপমাত্ৰা বহু তললৈ নামি গৈছিল আৰু তাতে থকা ডাইন'ছৰবোৰৰ মৃত্যু ঘটিছিল৷১৯০৮ঘটিছিল। ১৯০৮ গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষত [[ৰাছিয়া]]ৰ [[ছাইবেৰিয়া]] অঞ্চলৰ প্ৰায় ২১৫০ বৰ্গকিঃমিঃ অঞ্চলৰ গছ-বন জ্বলি ছাৰখাৰ হৈ গৈছিল৷২০১৩চনৰগৈছিল। ২০১৩চনৰ ১৫ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৰাছিয়া চেলীয়া বিনস্ক চহৰত ২০ মিটাৰ পতিত হোৱাৰ ফলস্বৰূপে ১৬০০ মানুহ আহত হোৱাৰ লগতে ৭৩০০টা অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছিল৷গ্ৰহাণুটোৰহৈছিল। গ্ৰহাণুটোৰ শক্তিৰ পৰিমাণ [[হিৰোশ্বিমা]]ত পেলোৱা পাৰমাণৱিক বোমাতকৈ ৩৩ গুণ অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে৷হৈছে।<ref>ড° বিপিন বৰা,সাদিন,২ অক্টোবৰ,২০১৫</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/গ্ৰহাণু"ৰ পৰা অনা হৈছে