প্ৰতিজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
[[চিত্ৰ:Antibody-As.svg|thumb|360x360px|An illustration that shows how antigens induce the [[প্ৰতিৰোধ তন্ত্ৰ|immune system]] response by interacting with an [[প্ৰতিদেহ|antibody]] that matches the antigen's [[অণু|molecular structure]].]]
'''প্ৰতিজন''' ('''Ag''') হৈছে কোনো বহিৰাগত বস্তু বা বীজানুৰ দেহৰ বাহিৰৰ অংশত লাগি থকা কোনো অণু বা আনৱিক গঠন। এই প্ৰতিজনসমূহক দেহত সৃষ্টি হোৱা কিছুমান নিৰ্দিষ্ট [[প্ৰতিদেহ]] বা বি কোষ প্ৰতিজন সংগ্ৰাহকে সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি সিহঁতক দেহ পৰা বিতাড়ন কৰাৰ চেষ্টা কৰে।
 
 
[[শ্ৰেণী:জীৱবিজ্ঞান]]
"https://as.wikipedia.org/wiki/প্ৰতিজন"ৰ পৰা অনা হৈছে