চাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Moushomi B.C. (আলোচনা | বৰঙণি) No edit summary |
Anjal Borah (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
[[Category:উদ্ভিদজগত]]
[[চিত্ৰ:Tea leaves steeping in a zhong čaj 05.jpg|
'''চাহ''' বা চীনা ভাষাৰ শব্দ। বৰ্তমান [[টাইৱান]] দ্বীপৰ বিপৰীতে থকা [[চীন]]ৰ ফুকিয়ান প্ৰদেশত চাহক টি (Te) বুলিছিল । ইংৰাজ সদাগৰ সকলে এই প্ৰদেশৰ এময় (Amoy) বন্দ্ৰৰৰ মাজেদি বেহা-বেপাৰ কৰোতে চাহৰ সংস্পৰ্শলৈ আহে আৰু এই টি শব্দটোৰে অপভ্ৰংশ ইংৰাজী ভাষাৰ টি (Tea) শব্দ, যাক অসমীয়া ভাষাত চাহ বোলে ।চাহ প্ৰথমেত ক'ত আৱিষ্কাৰ হৈছিল সঠিককৈ ক'ব নোৱাৰি । খ্ৰীষ্টজন্মৰ আগেৰ পৰাই [[চীন]],[[ম্যানমাৰ]] আৰু [[থাইলেণ্ড]]ৰ কোনো কোনো ঠাইত চাহ জাতীয় এবিধ পানীয়ৰ প্ৰচলন আছিল বুলি জনা যায়। ঐতিসাহিক তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭০০-অত চীনত চাহ খোৱা প্ৰথাৰ প্ৰচলন আছিল ।
[[চিত্ৰ:চাহ বাগিছা.JPG|thumb|left|200px|অসমৰ চাহ বাগিছা]]
[[am:ሻይ]]
|