কন্নড় ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 বাইট বিলোপ কৰা হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
 
'''কন্নড়''' (কন্নড় ভাষাত:{{lang-en|Kannada}}, {{lang-kn|ಕನ್ನಡ}} ''কন্নড'') [[ভাৰত|ভাৰতৰ]] ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা [[কৰ্ণাটক]] ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই [[অন্ধ্ৰপ্ৰদেশ|অন্ধ্ৰ প্ৰদেশ]], [[তামিলনাডু]] আৰু [[মহাৰাষ্ট্ৰ|মহাৰাষ্ট্ৰত]] প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।
 
== তথ্যসূত্ৰ ==
7,688

টা সম্পাদনা