টাবু টাইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
→‎টাবু টাইড: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
14 নং শাৰী:
| website =
}}
'''টাবু ৰাম টাইড''' ({{lang-en|Tabu Ram Taid}}) (১ আগষ্ট ১৯৪২ - ১৭ আগষ্ট ২০১৯) এগৰাকী ভাষাতত্ত্ববিদভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক। [[মিচিং ভাষা]]ৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি এখেতে উল্লেখযোগ্য বৰঙনি আগবঢ়াই থৈছে। মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও এখেতে চেষ্টা কৰিছিল। মিচিং ভাষাৰ প্ৰতি এখেতৰ বৰঙনিক সন্মান জনাই '[[মিচিং আগম কেবাং|মিচিং আগম কেবাঙে]]' এখেতক 'আগম মিগাং' বুলি বিভূষিত কৰিছে।<ref>[http://www.misingonline.com/pegubhai/blog/we-need-a-national-recognition-for-tabu-taid| Bhaskar Gupid, ''We need national recognition for Tabu Taid'' আহৰণ কৰা তাৰিখঃ ২৮-০৩-২০১২]</ref>
 
==চমু জীৱনী==
"https://as.wikipedia.org/wiki/টাবু_টাইড"ৰ পৰা অনা হৈছে