কল্পনা পাটোৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
26 নং শাৰী:
| notable_instruments =
}}
'''কল্পনা পাটোৱাৰী''' ({{lang-en|Kalpana Patowary}}) [[অসম]]ৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ [[ভূপেন হাজৰিকা|ড৹ ভূপেন হাজৰিকা]] হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও [[বলীউড]]ৰ লগতে [[অসমীয়া চলচ্চিত্ৰ]]তো কণ্ঠদান কৰিছে। তেওঁ [[এনডিটিভি ইমাজিন]]ৰ সংগীতৰ ৰিয়েলিটী শ্ব' ''জুনুন: কুচ্চ কৰ দিখানে কা'' (২০০৮) টো অংশগ্ৰহণ কৰিছিল। তেওঁ কণ্ঠদান কৰা চলচ্চিত্ৰ সমূহৰ ভিতৰত বলীউডৰ ''ৱেলকাম', ''বিল্লু'', ''আক্ৰোশ'', ''আৰ. ৰাজুকুমাৰ'' আৰু অসমীয়া চলচ্চিত্ৰ ''[[কন্যাদান (চলচ্চিত্ৰ)|কন্যাদান]]'', ''[[অহেতুক]]'' আৰু ''[[ৰণাংগন]]'' উল্লেখযোগ্য।<ref>{{cite web|url=http://kalpana-patowary.blogspot.in/2011/08/blog-post.html|title=Kalpana Patowary - Biography|accessdate=3 November 2015}}</ref>
 
তেওঁ অসমীয়া লোক সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল তেখেতৰ পিতৃ তথা লোক সংগীতশিল্পী বিপিন পাটোৱাৰীৰ পৰা। ইয়াৰোপৰি তেওঁ লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত প্ৰতিষ্ঠানৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল। তেওঁ যথেষ্ট সংখ্যক লোক সংগীত চৰ্চা কৰিছে যদিও ভোজপুৰী সংগীত জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভোজপুৰী সংগীতৰ বিভিন্ন প্ৰকাৰ যেনে উৰ্বি, পাচ্ৰা, কাজ্ৰি, চোহাৰ, বিবাহ গীত, চাইতা নৌতাংকী আদিক ন-ৰূপ দি প্ৰদৰ্শিত কৰিছে।<ref>{{cite web|url=http://www.easternfare.in/2012/06/assamese-singer-kalpana-patowary.html|title=Assamese singer Kalpana Patowary resurrects Bhojpuri Shakespeare ~ Eastern Fare Music Foundation - Music Classes in Bangalore|work=easternfare.in|accessdate=3 November 2015}}</ref>