বৰনদী ভটিয়ায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
30 নং শাৰী:
}}
 
'''বৰনদী ভটিয়ায়''' হৈছে ২০১৯ চনৰ ৩ মে' তাৰিখে মুক্তি লাভ কৰা মাজুলীৰ[[মাজুলী]]ৰ জীৱনক লৈ নিৰ্মাণ কৰা এখন বাস্তৱধৰ্মী [[অসমীয়া চলচ্চিত্ৰ]]। ছবিখন ভাৱৰীয়া টি পজিটিভ প্ৰডাকশ্যনৰ বেনাৰত [[অনুপম কৌশিক বৰা]]ৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত।<ref>{{cite news | url=https://assam.news18.com/news/lifestyle/barnadi-bhatiyai-new-assamese-movie-to-hit-screen-today-4189.html | title=আজি ছবিঘৰলৈ মাজুলীৰ জীৱনক লৈ নিৰ্মিত ছবি বৰনদী ভটিয়ায় | work=নিউজ ১৮ অসম | date=৩ মে' ২০১৯ | accessdate=৬ মে' ২০১৯}}</ref> জনপ্ৰিয় অভিনেতা [[কেনী বসুমতাৰী]]ৰ লগতে এশৰো অধিক মাজুলীৰ অভিনেতা অভিনেত্ৰীয়ে এই ছবিখনত অভিনয় কৰিছে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে কণ্ঠশিল্পী [[তৰালি শৰ্মা]]ই। এই [[চলচ্চিত্ৰ]]খনৰ মুখ্য পৰিকল্পনাকাৰী হৈছে অনুপম কৌশিক বৰা৷ কাহিনী আৰু চিত্ৰনাট্য অনুপম কৌশিক বৰাৰ৷<ref>{{cite web|url=https://www.imdb.com/title/tt9379214/|title=বৰনদী ভটিয়াই|publisher=|accessdate=}}</ref><br />
 
== কাহিনী ==