অসমীয়া–বঙালী লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎বৰ্ণনা: {Caption} শ্ৰীশ্ৰীমত্‌শিৱসিংহমহাৰাজ→শ্ৰীশ্ৰীমত্‌শিৱসিংহমহাৰাজা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
19 নং শাৰী:
}}
{{brahmic}}
'''অসমীয়া–বঙালী লিপি''' হৈছে [[অসমীয়া বৰ্ণমালা|অসমীয়া]] আৰু [[বঙালী বৰ্ণমালা]]ৰ ভেটি। ই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[বঙালী ভাষা|বঙালী]]। এই দুবিধৰ বাহিৰেও ইয়াক বহুতো ভাষা যেনে [[বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা|বিষ্ণুপ্ৰিয়া মণিপুৰী]], [[মেইতেই ভাষা|মেইতেই মণিপুৰী]], [[ককবৰক ভাষা|ককবৰক]] আৰু আন আন [[অসমীয়া-বঙালী ভাষা]]ৰ বাবে ব্যৱহাৰ কৰা হয়। অতীতত ই [[খাচীখাছী ভাষা|খাচীখাছী]], [[বড়ো ভাষা|বড়ো]], [[কাৰ্বি ভাষা|কাৰ্বি]], [[মিছিং ভাষা|মিছিং]] আদি ভাষাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। [[ছিলঠীয়া ভাষা|আধুনিক ছিলঠীয়া ভাষাৰ]] কাৰণেও মাজে মাজে এই লিপি ব্যৱহাৰ কৰা হয়। সেইবাবে ই পৃথিৱীৰ ৫ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা লিপি।
 
==বৰ্ণনা==