মৈথিলী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
1 নং শাৰী:
'''মৈথিলী''' এটা [[ভাৰত-আৰ্য ভাষা পৰিয়াল|ভাৰত-আৰ্য ভাষা]]। ই মূলতঃ [[ভাৰত]]ৰ [[বিহাৰ]] ৰাজ্য আৰু [[নেপাল]]ৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ভাৰত-আৰ্য ভাষা হিচাপে গণ্য কৰে । [[হিন্দী ভাষা|হিন্দী]]তকৈ [[বাংলা ভাষা|বঙালী]], [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[ওড়িয়াউড়িয়া ভাষা|ওড়িয়াউড়িয়া]]ৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাপে গণ্য কৰা হৈছিল যদিও [[২০০৩]] চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে।
 
মৈথিলি ভাষা [[মৈথিলী লিপি]]তে লিখা হৈছিল, যাৰ লগত [[অসমীয়া লিপি|অসমীয়া]] আৰু [[বঙালী লিপি|বাংলা লিপি]]ৰ মিল আছে। কিন্তু বৰ্তমানে [[দেৱনাগৰী লিপি]]ত এই ভাষা লিখা হয়।