অসমীয়া–বঙালী লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
27 নং শাৰী:
পূৰ্বী নাগৰী লিপিৰ আখৰবিলাক খুব কম ব্লকী কিন্তু বহুত সৰ্পিলাকাৰ। ই [[সিদ্ধম লিপি]]ৰ পৰা উদ্ভৱ হৈছে। ১৭৭৮ চনত যেতিয়া [[চাৰ্লছ ৱিকিঞ্চ]] পূৰ্বী নাগৰী লিপিৰ প্ৰথম আখৰস্থাপক আছিল, তেতিয়া ইয়াৰ আধুনিক ৰূপ বিধিবদ্ধ কৰা হয়। বেলেগ বেলেগ ভাষাত বৰ্ণবিলাক কিদৰে উচ্চাৰণ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি অসমীয়া আৰু বঙালী ভাষাত পূৰ্বী নাগৰী লিপিৰ একে আখৰৰে বেলেগ বেলেগ ৰূপ দেখা যায়।
 
আগতে পূৰ্বী নাগৰী লিপি কোনো নিৰ্দিষ্ট অঞ্চলৰ ভাষাৰ সৈতে যুক্ত নাছিল। তেও মধ্যযুগত [[ভাৰত|ভাৰতবৰ্ষৰ]] পূৰ্বাঞ্চলৰ প্ৰধান লিপি হিচাপে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই লিপিৰে [[সংস্কৃত ভাষা|সংস্কৃত ভাষাও]] লিখা হৈছিল। [[হিন্দু ধৰ্ম|হিন্দু ধৰ্মৰ]] মহাকাব্য যেনেঃ [[মহাভাৰত]] আৰু [[ৰামায়ণ]] অতীজৰ পূৰ্বী নাগৰী লিপিত লিখা হৈছিল।
 
==অসমীয়া লিপিৰ ইতিহাস==